ৱিকিউৎস:কেন্দ্ৰীয় আলোচনা: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

৬০৩ নং শাৰী:
 
: {{Ping|SlowPhoton}}, ভাৰতৰ সংবিধানৰ আখৰবোৰ সৰু সৰু, ফৰ্মেটিঙো অলপ সময় লাগিব পাৰে; অসমৰ বুৰঞ্জীও জুপি থাকিব লাগে, ভাষণৰ ৮০% কৰা হৈছেই; বৰগীতৰ স্কেন বৰ ভাল যেন নেদেখিলোঁ। [[সদস্য:Gitartha.bordoloi|Gitartha.bordoloi]] ([[সদস্য বাৰ্তা:Gitartha.bordoloi|talk]]) ২১:১৯, ১৮ অক্টোবৰ ২০২০ (IST)
 
:: {{Ping|Gitartha.bordoloi}} তালিকাত ৰাখি দিয়ক। যাৰ মন যায় কৰিব। সংবিধানখন ময়েই কৰিম বুলি ভাবিছোঁ। --[[সদস্য:SlowPhoton|SlowPhoton]] ([[সদস্য বাৰ্তা:SlowPhoton|talk]]) ২১:৫৪, ১৮ অক্টোবৰ ২০২০ (IST)