পৃষ্ঠা:হিন্দু-ধৰ্ম্ম-সাৰ.djvu/৯৩: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded):পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded):
১ নং শাৰী: ১ নং শাৰী:
(৭)
{{c|(৭)}}
“তুমি পবিত্ৰ বৈষ্ণব ধৰ্ম্মৰ খুটী, আৰু মোৰ দাইন বাহু, তোমাৰ
“তুমি পবিত্ৰ বৈষ্ণব ধৰ্ম্মৰ খুটী, আৰু মোৰ দাইন বাহু, তোমাৰ
বংশানুক্ৰমে এই ধৰ্ম্ম প্ৰচাৰ কৰি থাকিব *। এই বুলি নিজ ঘৰলৈ
বংশানুক্ৰমে এই ধৰ্ম্ম প্ৰচাৰ কৰি থাকিব *। এই বুলি নিজ ঘৰলৈ
যাবলৈ বিদায় দিলে।
যাবলৈ বিদায় দিলে।

তাৰ পিছে ঐ শ্ৰীঈশ্বৰ শঙ্কৰ দেৱ উক্ত ৰজাৰ ঠাইলৈ গৈ চিনাকিদি
{{gap}}তাৰ পিছে ঐ শ্ৰীঈশ্বৰ শঙ্কৰ দেৱ উক্ত ৰজাৰ ঠাইলৈ গৈ চিনাকিদি
অনেক প্ৰকাৰ শাস্ত্ৰ আৰু ধৰ্ম্মালাপ কপাৰে ৰজাক সন্তোষ দিলে।
অনেক প্ৰকাৰ শাস্ত্ৰ আৰু ধৰ্ম্মালাপ কপাৰে ৰজাক সন্তোষ দিলে।
আৰু গুছৰীয় ব্ৰাহ্মণ সকলক বাদত পৰাস্ত কৰিলে। ইত্যাদি কথাত
আৰু গুছৰীয় ব্ৰাহ্মণ সকলক বাদত পৰাস্ত কৰিলে। ইত্যাদি কথাত
১০ নং শাৰী: ১১ নং শাৰী:
মধুপুৰ আদি ঠাইত শত্ৰ পাতিবলৈ ঠিক কৰি দিলে। এই শত্ৰবোৰ
মধুপুৰ আদি ঠাইত শত্ৰ পাতিবলৈ ঠিক কৰি দিলে। এই শত্ৰবোৰ
বৰ্তমানেও প্ৰজ্বলিত হৈ আছে।
বৰ্তমানেও প্ৰজ্বলিত হৈ আছে।
{{c|⸻
এই জন সিদ্ধ পুৰুষৰ বংপ এতিয়াও ময়ন বড়ী, ৰাঙ্গাপাণী
{{rule}}
{{gap}}*এই জন সিদ্ধ পুৰুষৰ বংপ এতিয়াও ময়ন বড়ী, ৰাঙ্গাপাণী
আৰু বৰনগৰ প্ৰভূতি ঠাইত থাকি, পবিত্ৰ বৈষ্ণব ধৰ্ম্ম প্ৰচাৰ কৰি
আৰু বৰনগৰ প্ৰভূতি ঠাইত থাকি, পবিত্ৰ বৈষ্ণব ধৰ্ম্ম প্ৰচাৰ কৰি
আছে। সই অধমো এওঁৰ বংশৰে এজন মুৰুখ।
আছে। সই অধমো এওঁৰ বংশৰে এজন মুৰুখ।

# শ্ৰীশ্ৰঈশ্বৰ শঙ্কৰ দেবে পূৰ্ব্বেই ৰজাৰ আৰু তিৰোতাৰ গুৰু
{{gap}}*শ্ৰীশ্ৰঈশ্বৰ শঙ্কৰ দেবে পূৰ্ব্বেই ৰজাৰ আৰু তিৰোতাৰ গুৰু
তনহম বুলি কোৱা কথা আছিল, সেই দেখি ৰজাক ধৰ্ম্ম নেদিলে। আৰু
তনহম বুলি কোৱা কথা আছিল, সেই দেখি ৰজাক ধৰ্ম্ম নেদিলে। আৰু
সেই সময়ে তেওঁ যোগাশনত বহি বৈকুণ্ঠ লৈ গৈছে।
সেই সময়ে তেওঁ যোগাশনত বহি বৈকুণ্ঠ লৈ গৈছে।