পৃষ্ঠা:হিন্দু-ধৰ্ম্ম-সাৰ.djvu/৮৮: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

→‎মুদ্ৰণ সংশোধন কৰা হোৱা নাই: "“আপােনিনাে কেইটি এস কৰে। তেতিয়া তেওঁ কলে যে শুর..." দি পৃষ্ঠা সৃষ্টি কৰা হ'ল
 
 
পৃষ্ঠাৰ স্থিতিপৃষ্ঠাৰ স্থিতি
-
মুদ্ৰণ সংশোধন কৰা হোৱা নাই
+
মুদ্ৰণ সংশোধিত
পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded):পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded):
১ নং শাৰী: ১ নং শাৰী:
“আপােনিনাে কেইটি এস কৰে। তেতিয়া তেওঁ কলে যে শুরু
“আপোনিনো কেইটি প্ৰসঙ্গ কৰে ?" তেতিয়া তেওঁ কলে যে শুৰুৰ
কপাত তিনিও প্রসঙ্গতেই উপস্থিত থাকে। তাতে বুঢ়ীয়ে কলে
কৃপাত তিনিও প্ৰসঙ্গতেই উপস্থিত থাকো ।" তাতে বুঢ়ীয়ে কলে
“আমি তিনি প্রসঙ্গীয়া কতক ভিক্ষা নিদিও”। এই কথা শুনি
“আমি তিনি প্ৰসঙ্গীয়া ভকতক ভিক্ষা নিদিও”। এই কথা শুনি
তেও উভতি আহি বহৰত বহি থাকিলে। পিছত ঈশ্বৰ মাধৱ দেৱ
তেওঁ উভতি আহি বহৰত বহি থাকিলে। পিছত ঈশ্বৰ মাধৱ দেৱ
পুরুষে কিঙ্কৰৰ দ্বাৰাই মইনি শুধিলে যে ৰাম তোমাৰ কি হৈছে ?
পুৰুষে কিঙ্কৰৰ দ্বাৰাই মতাইনি শুধিলে যে "শ্ৰীৰাম তোমাৰ কি হৈছে?"
তাতে তেও উল্লিখিত ঘটনাৰ আদ্যোপান্ত কলে। তেতিয়া গুরুজনে
তাতে তেওঁ উল্লিখিত ঘটনাৰ আদ্যোপান্ত কলে। তেতিয়া গুৰুজনে
কলে যে “তুমি আকৌ কাইলৈ বুঢ়ীৰ ঠাইক ভিক্ষা কৰিবলৈ গৈ
কলে যে “তুমি আকৌ কাইলৈ বুঢ়ীৰ ঠাইক ভিক্ষা কৰিবলৈ গৈ
চৌদ্ধটি প্রসঙ্গ করে বুলি কবা”। সেই কথা মতে পাচ দিন। আকৌ
চৌদ্ধটি প্ৰসঙ্গ কৰোঁ বুলি কবা”। সেই কথা মতে পাচ দিন। আকৌ
ভিক্ষাক পৈ, পূৰ্ব দিনৰ নিচিনাকৈ বুঢ়ীয়ে শােত, গুরু জনৰ কথা
ভিক্ষাক গৈ, পূৰ্ব্ব দিনৰ নিচিনাকৈ বুঢ়ীয়ে শোধাত, গুৰু জনৰ কথা
মতে চৌদ্ধটি প্রসঙ্গৰ কথা কলে। তাতও বুঢ়ীয়ে কলে যে “চৌদ্ধ
মতে চৌদ্ধটি প্ৰসঙ্গৰ কথা কলে। তাতও বুঢ়ীয়ে কলে যে “চৌদ্ধ
প্রসঙ্গীয়া ভকতকো আমি ভিক্ষা নিদিম”। তেতিয়া সেই দিনাও
প্ৰসঙ্গীয়া ভকতকো আমি ভিক্ষা নিদিম”। তেতিয়া সেই দিনাও
আগৰ দিনৰ নিচিনাকৈ ফিৰি আহি উল্লিখিত শোকথন গুৰু
আগৰ দিনৰ নিচিনাকৈ ফিৰি আহি উল্লিখিত কথোপকথন গুৰু
জনৰ আগত কোৱাত গুৰু জনে পুনঃ কলে যে “বাৰু কালি আকে।
জনৰ আগত কোৱাত গুৰু জনে পুনঃ কলে যে “বাৰু কালি আকৌ
গৈ পােন্ধটি প্রসঙ্গ কথা বুলিবা”। গুৰু জনৰ কথা মতে আকৌ
গৈ পোন্ধৰটি প্ৰসঙ্গৰ কথা বুলিবা”। গুৰু জনৰ কথা মতে আকৌ
তেও পাচ দিনা খলে বুঢ়ীৰ তলৈ গৈ পােব প্রসঙ্গৰ কথা কোৱাতহে
তেওঁ পাচ দিনা খলো বুঢ়ীৰ তলৈ গৈ পোন্ধৰ প্ৰসঙ্গৰ কথা কোৱাতহে
বুঢ়ীয়ে আদৰেৰে ভিক্ষা দিলে।
বুঢ়ীয়ে আদৰেৰে ভিক্ষা দিলে।
এই ঘটনাৰ পিছত তেও ভিক্ষা কৰিব এৰিলে। এদিনাখন
এই ঘটনাৰ পিছত তেওঁ ভিক্ষা কৰিব এৰিলে। এদিনাখন
উপবাসে থকাৰ কথা গুৰুজনে শুনিবলৈ পাই, নিজৰ পৰা কিঙ্কৰৰ
উপবাসে থকাৰ কথা গুৰুজনে শুনিবলৈ পাই, নিজৰ পৰা কিঙ্কৰৰ
হতুৱাই একঠি চাউল দিয়ালে। পিছে অন্যান্য ভকত সকলেও এই
হতুৱাই একঠি চাউল দিয়ালে। পিছে অন্যান্য ভকত সকলেও এই
কথা জানিব পাৰি, এটাইয়ে এই রূপে চাউল দিয়াত, তেওঁৰ এটি সরু
কথা জানিব পাৰি, এটাইয়ে এই ৰূপে চাউল দিয়াত, তেওঁৰ এটি সৰু
ভুলি আছিল সেই টি ভৰিলে। এই রূপে কেই দিন মান থকাত,
ডুলি আছিল সেইটি ভৰিলে। এই ৰূপে কেই দিন মান থকাত,বেচি
চাউল জমাত ; আৰু সেই চাউলৰ নিমিত্তে নিগনি বােৰৰ উপদ্ৰৱ
চাউল জমাত; আৰু সেই চাউলৰ নিমিত্তে নিগনি বোৰৰ উপদ্ৰৱ
হােৱাত, তেওঁৰ অসুখ অশান্তি হ'ল। এদিনাখন ঈশ্বৰ পুরুষৰ
হোৱাত, তেওঁৰ অসুখ অশান্তি হ'ল। এদিনাখন ঈশ্বৰ পুৰুষৰ
গুৰিলৈ গৈ সেৱা কৰি উল্লিখিত অসুখৰ কথা আৰু এইরূপ অৱস্থাত
গুৰিলৈ গৈ সেৱা কৰি উল্লিখিত অসুখৰ কথা আৰু এইৰূপ অৱস্থাত
বেচি