পৃষ্ঠা:হিন্দু-ধৰ্ম্ম-সাৰ.djvu/৮৫: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

→‎মুদ্ৰণ সংশোধন কৰা হোৱা নাই: "(৭১) দত্তক পুত্র (ফর্ম পুত্র ) গ্ৰহণৰ পিছত, যদি ঔষ পু..." দি পৃষ্ঠা সৃষ্টি কৰা হ'ল
 
 
পৃষ্ঠাৰ স্থিতিপৃষ্ঠাৰ স্থিতি
-
মুদ্ৰণ সংশোধন কৰা হোৱা নাই
+
মুদ্ৰণ সংশোধিত
পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded):পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded):
১ নং শাৰী: ১ নং শাৰী:
(৭১)
(৭১)
দত্তক পুত্র (ফর্ম পুত্র ) গ্ৰহণৰ পিছত, যদি ঔষ পুত্র জন্মে আৰু
দত্তক পুত্ৰ (ধৰ্ম্ম পুত্ৰ ) গ্ৰহণৰ পিছত, যদি ঔৰষ পুত্ৰ জন্মে আৰু
এই দত্তক পুত্র যদি গুণবান হয় তেন্তে ঔষ পুত্রেৰ অষ্টাংশ ভাগী হব।
এই দত্তক পুত্ৰ যদি গুণবান হয় তেন্তে ঔৰষ পুত্ৰেৰ অষ্টাংশ ভাগী হব।
দত্তক পুত্র জন্ম দাতাৰ গােত্র বা ধনৰ আৰু শ্রাদ্ধাদি কাৰ্য্যৰ গৰাকী
দত্তক পুত্ৰ জন্ম দাতাৰ গোত্ৰ বা ধনৰ আৰু শ্ৰাদ্ধাদি কাৰ্য্যৰ গৰাকী
হব নােৱাৰে। কোনো তিৰোতাৰ স্বামী মৰাত কিম্বা জীয়াই থকাতেই
হব নোৱাৰে। কোনো তিৰোতাৰ স্বামী মৰাত কিম্বা জীয়াই থকাতেই
জাৰজ সন্তান হলে, সেই লৰাই পিতা মহাদিৰ সম্পত্তিৰ ভাগ নেপায়,
জাৰজ সন্তান হলে, সেই লৰাই পিতা মহাদিৰ সম্পত্তিৰ ভাগ নেপায়,
কিন্তু প্রতি পালিত হৈ থাকিব পাৰিব মাথােন।
কিন্তু প্ৰতি পালিত হৈ থাকিব পাৰিব মাথোন।
ওপৰত কেৱল সবর্ণা স্ত্রী গর্ভজাত সন্তানৰ সম্পত্তি বিভাগৰ
ওপৰত কেৱল সবৰ্ণা স্ত্ৰীৰ গৰ্ভজাত সন্তানৰ সম্পত্তি বিভাগৰ
নিয়ম মাথােন লিখা হল। ইয়াত বাহিৰে অসবর্ণা আৰু দাসী আদিৰ
নিয়ম মাথোন লিখা হল। ইয়াত বাহিৰে অসবৰ্ণা আৰু দাসী আদিৰ
গর্ভজাত অনেক প্ৰকাৰ সন্তানৰ বিষয়ে শাস্ত্ৰত লেখা আছে; কিন্তু সেই
গৰ্ভজাত অনেক প্ৰকাৰ সন্তানৰ বিষয়ো শাস্ত্ৰত লেখা আছে; কিন্তু সেই
সকল বিবাহ কলি কালত বেচি চলতি নাই দেখি, সেই বােৰ এই পুথিত
সকল বিবাহ কলি কালত বেচি চলতি নাই দেখি, সেই বোৰ এই পুথিত
লেখা নগল।
লেখা নগল।
শাস্ত্ৰত মানুহৰ দহ প্ৰকাৰ পুত্ৰৰ উল্লেখ আছে। যেনে-ওঁৰজ
শাস্ত্ৰত মানুহৰ দহ প্ৰকাৰ পুত্ৰৰ উল্লেখ আছে। যেনে-ঔৰজ
ক্ষেত্রজ, দত্তক কৃত্রিম, গাঢ়ৎপন্ন, অপবিদ্ধ, কাণীন, সহােড়, ক্রীত,
ক্ষেত্ৰজ, দত্তক্ কৃত্ৰিম, গাঢ়োৎপন্ন, অপবিদ্ধ, কাণীন, সহোড, ক্ৰীত,
পৌনর্ভবা, স্বয়ংদত্ত আৰু শৌদ্র। এই দহ প্ৰকাৰ পুত্ৰৰ ভিতৰত
পৌনৰ্ভবা, স্বয়ংদত্ত আৰু শৌদ্ৰ। এই দহ প্ৰকাৰ পুত্ৰৰ ভিতৰত
প্রথম ছয় প্রকার পুত্র গােদায়াদ আৰু বান্ধব বুলি গণনা হয় । আৰু
প্ৰথম ছয় প্ৰকাৰ পুত্ৰ গোত্ৰদায়াদ আৰু বান্ধব্ বুলি গণনা হয়। আৰু
শেষৰ চাৰি প্ৰকাৰ পুত্ৰ কেৱল বান্ধব, বুলি গন্য হৈ থাকে মূল কথা এই
শেষৰ চাৰি প্ৰকাৰ পুত্ৰ কেৱল বান্ধব, বুলি গন্য হৈ থাকে মূল কথা এই
যে পিতা মহাদি ধনৰ উত্তৰাধিকাৰীক গােদায়াদ আৰু আন
যে পিতা মহাদি ধনৰ উত্তৰাধিকাৰীক গোত্ৰদায়াদ আৰু আন
বিলাক বান্ধব।
বিলাক বান্ধব।
গর্ভজাত যদি অনেক ভ্রাতা থাকে আৰু যদি তাহঁতৰ ভিতৰত
গৰ্ভজাত যদি অনেক ভ্ৰাতা থাকে আৰু যদি তাহঁতৰ ভিতৰত
কেৱল এজনৰ মাথােন পুত্র হয়, তেন্তে সেই পুত্ৰৰ দ্বাৰাই এটাই
কেৱল এজনৰ মাথোন পুত্ৰ হয়, তেন্তে সেই পুত্ৰৰ দ্বাৰাই এটাই
কেই জন ভ্রাতৃয়েই পুত্ৰৱান হয়। সেই লেখিয়া যদি কেইবা জনী
কেই জন ভ্ৰাতৃয়েই পুত্ৰৱান হয়। সেই লেখিয়া যদি কেইবা জনী
তিৰতাৰ এজনমুনি হয়, আৰু ইহঁতৰৰ ভিতৰত কেৱল এজনীয়ে
তিৰতাৰ এজনমুনিহ হয়, আৰু তাইহঁতৰৰ ভিতৰত কেৱল এজনীয়ে
মাথোন পুত্রবতী হয় তেন্তে এই পুত্ৰৰ ঘাই এটাই কেইজনীয়ে
মাথোন পুত্ৰবতী হয় তেন্তে এই পুত্ৰৰ দ্বাৰাই এটাই কেইজনীয়ে
পুৱতীৰ ফল ভােগিনী হব।
পুৱতীৰ ফল ভোগিনী হব।