পৃষ্ঠা:হিন্দু-ধৰ্ম্ম-সাৰ.djvu/৪১: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

→‎মুদ্ৰণ সংশোধন কৰা হোৱা নাই: "দ্বাদশ অধ্যায় পঞ্চ মহা যজ্ঞ অৰু অতিথি সেৱা। গৃহ..." দি পৃষ্ঠা সৃষ্টি কৰা হ'ল
 
পৃষ্ঠাৰ স্থিতিপৃষ্ঠাৰ স্থিতি
-
মুদ্ৰণ সংশোধন কৰা হোৱা নাই
+
মুদ্ৰণ সংশোধিত
পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded):পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded):
১ নং শাৰী: ১ নং শাৰী:
দ্বাদশ অধ্যায়
দ্বাদশ অধ্যায়
পঞ্চ মহা যজ্ঞ অৰু অতিথি সেৱা।
পঞ্চ মহা যজ্ঞ অৰু অতিথি সেৱা।
গৃহস্থী লােকে বিধিতে অষ্টকাদি গৃহকর্ম সম্পন্ন কৰিব; পঞ্চ মহা
গৃহস্থী লোকে বিধিৱতে অষ্টকাদি গৃহকৰ্ম সম্পন্ন কৰিব; পঞ্চ মহা
যজ্ঞৰ অনুষ্ঠান অাৰু আহ্নিক পাঁচ ক্রিয়া সম্পাদন কৰিব। গৃহৰ পাচটি
যজ্ঞৰ অনুষ্ঠান আৰু আহ্নিক পাঁচ ক্ৰিয়া সম্পাদন কৰিব। গৃহস্থৰ পাচটি
প্রানীবধস্থান আছে, যেনে; জুইশাল যাত বা শিল; বাঢ়নি; উৰাল আৰু
প্ৰানীবধস্থান আছে, যেনে; জুইশাল যাত বা শিল; বাঢ়নি; উৰাল আৰু
পানী ৰখা কলহ। এই পাঁচটিৰ দ্বাৰাই প্রানী হিংসা হয়।এই কেইটি গৃহ
পানী ৰখা কলহ। এই পাঁচটিৰ দ্বাৰাই প্ৰানী হিংসা হয়।এই কেইটি গৃহ
প্রয়োজনীষ কাৰৰ যি পাপ জন্মে; সেই পাপ বােৰৰ পৰা ৰক্ষা পাব।
প্ৰয়োজনীষ কামৰ যি পাপ জন্মে; সেই পাপ বোৰৰ পৰা ৰক্ষা পাবৰ
কাৰণে মহর্ষি সকলে গৃহস্থৰ পক্ষে নিতৌ পঞ্চমহাযজ্ঞৰ বিধান কৰিছে।
কাৰণে মহৰ্ষি সকলে গৃহস্থৰ পক্ষে নিতৌ পঞ্চমহাযজ্ঞৰ বিধান কৰিছে।
অধ্যয়ন; অধ্যাপনৰ (পঢ়া আৰু পঢ়োৱা) নাম ব্ৰহ্মযজ্ঞ; পানী আৰু
অধ্যয়ন; অধ্যাপনৰ (পঢ়া আৰু পঢ়োৱা) নাম ব্ৰহ্মযজ্ঞ; পানী আৰু
অন্যদিৰে পিতৃ লােকৰ তৰ্পণ কৰাৰ নাম পিতৃযজ্ঞ; হােম নাম দৈব্যজ্ঞ
অন্যদিৰে পিতৃ লোকৰ তৰ্পণ কৰাৰ নাম পিতৃযজ্ঞ; হোম নাম দৈবযজ্ঞ
পশু চৰাই প্রভৃতিক অন্নাদি প্ৰদানৰ নাম তৃতজ্ঞ ; আৰু অতিথি সেৱাৰু
পশু চৰাই প্ৰভৃতিক অন্নাদি প্ৰদানৰ নাম ভৃতযজ্ঞ; আৰু অতিথি সেৱাক
মনুষ্যষজ্ঞ বলে । শক্তি থকাতে যি গৃহস্থ উক্ত পঞ্চ মহাষজ্ঞ এদিনে
মনুষ্যষজ্ঞ বোলে। শক্তি থকাতে যি গৃহস্থ উক্ত পঞ্চ মহাষজ্ঞ এদিনো
পৰিত্যাগ নকৰে তেওঁ গৃহস্থ বর্ষে পাকিও উক্ত পঞ্চমহা পাপত লিওন
পৰিত্যাগ নকৰে তেওঁ গৃহস্থ ধৰ্ম্মে থাকিও উক্ত পঞ্চমহা পাপত লিপ্ত ন
হয়। আৰু যি লােকে এই পাঁচ নকৰে তাৰ নিশ্বাস প্রশ্বসাদি
হয়। আৰু যি লোকে এই পাঁচ যজ্ঞ নকৰে তাৰ নিশ্বাস প্ৰশ্বসাদি
পাকলেও সি মৃত্যু তুলা।
থাকিলেও সি মৃত্যু তুল্য়।
দৰিদ্ৰ লােকে যদিও অতিথি সেবা প্রভৃতি কাৰ্য্য কৰিবলৈ অশক্ত
দৰিদ্ৰ লোকে যদিও অতিথি সেৱা প্ৰভৃতি কাৰ্য্য কৰিবলৈ অশক্ত
হয়; তথাপি বেদাধ্যয়নে আৰু হােম কামত সদাই নিযুক্ত থাকি; আৰু
হয়; তথাপি বেদাধ্যয়নে আৰু হোম কামত সদাই নিযুক্ত থাকিব; আৰু
ফল জল খাৱাইও পিত্রাদি উদ্দেশে যথাযােগ্য মতে এই কৰিব।
ফল জল খাৱাইও পিত্ৰাদি উদ্দেশে যথা যোগ্য মতে শ্ৰাদ্ধ কৰিব।
যেনে কুৱা প্রাণ বায়ক আশ্ৰয় কৰি, সমুদাই প্রাণী জীবিত আছে।
যেনে কুৱা প্ৰাণ বায়ুক আশ্ৰয় কৰি, সমুদাই প্ৰাণী জীবিত আছে।
সেই রূপে গৃহষ্ণ আশ্ৰয় কৰি অন্যান্য অমী সকলে এনবিআছেন
সেই ৰূপে গৃহস্থক আশ্ৰয় কৰি অন্যান্য অশ্ৰমী সকলে প্ৰানধৰিআছে, ন
এই কাৰণে গৃহবাস ধৰ আন সকলাে ধৰ্ম তকৈ শ্রেষ্ঠ। যি লােকে পৰ
এই কাৰণে গৃহবাস ধৰ্ম্ম আন সকলো ধৰ্ম্ম তকৈ শ্ৰেষ্ঠ। যি লোকে পৰ
কালে কামনা আৰু ইহ কালত সুখভােগ কৰিবলৈ ইচ্ছা কৰে, তেওঁ
কালে স্বৰ্গ কামনা আৰু ইহ কালত সুখভোগ কৰিবলৈ ইচ্ছা কৰে, তেওঁ