পৃষ্ঠা:হিন্দু-ধৰ্ম্ম-সাৰ.djvu/৩৪: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

→‎মুদ্ৰণ সংশোধন কৰা হোৱা নাই: "I ] তিনি অনৰ ক্ৰষাকে পণ্ডিত সকলে পৰম তপস্যা বুলি কৈ..." দি পৃষ্ঠা সৃষ্টি কৰা হ'ল
 
পৃষ্ঠাৰ স্থিতিপৃষ্ঠাৰ স্থিতি
-
মুদ্ৰণ সংশোধন কৰা হোৱা নাই
+
মুদ্ৰণ সংশোধিত
পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded):পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded):
১ নং শাৰী: ১ নং শাৰী:
I ]
[২২ ]
তিনি অনৰ ক্ৰষাকে পণ্ডিত সকলে পৰম তপস্যা বুলি কৈছে। এও
তিনি জনৰ শুশ্ৰূষাকে পণ্ডিত সকলে পৰম তপস্যা বুলি কৈছে। এওঁ
লােকৰ আদেশ ন হল আন কোনো ধর্ম আচৰণ কৰিবৰ নিয়ম নাই।
লোকৰ আদেশ ন হলে আন কোনো ধৰ্ম্ম আচৰণ কৰিবৰ নিয়ম নাই।
এওলাে তিনি জনেই ত্রিশােক, তিনি আশ্রম, তিনি বেদ আৰু তিনি
এওঁলোক তিনি জনেই ত্ৰিলোক, তিনি আশ্ৰম, তিনি বেদ আৰু তিনি
অগ্নি । এই তিনি শুনেই সংসাৰত গৰিষ্ঠ। যি লােকে এই তিনি
অগ্নি। এই তিনি জনেই সংসাৰত গৰিষ্ঠ। যি লোকে এই তিনি
জনক সদাই সন্তুষ্ট ৰাখিব পাৰে; তেও তাৰে ত্ৰিলােক জয় কৰি;
জনক সদাই সন্তুষ্ট ৰাখিব পাৰে; তেওঁ তাৰে ত্ৰিলোক জয় কৰি;
সশৰীৰে প্ৰকাশিত হৈ দেৱতা সকলৰ নিচিনাকৈ স্বৰ্গত অতিশয়
সশৰীৰে প্ৰকাশিত হৈ দেৱতা সকলৰ নিচিনাকৈ স্বৰ্গত অতিশয়
সুখ ভােগ কৰিবগৈ। মাতৃ ভক্তিৰে ভূলোক, পিতৃ ভক্তিৰে স্বৰ্গলোক
সুখ ভোগ কৰিবগৈ। মাতৃ ভক্তিৰে ভূৰ্লোক, পিতৃ ভক্তিৰে স্বৰ্গলোক
আৰু গুৰু ভক্তিৰে ব্ৰহ্মলােক লাভ কৰা যায়। যি জনে এই তিনি
আৰু গুৰু ভক্তিৰে ব্ৰহ্মলোক লাভ কৰা যায়। যি জনে এই তিনি
জনক আদৰ কৰে, তাৰ ধৰ্মক আদৰ কৰা হয়। আৰু যি লােকে
জনক আদৰ কৰে, তাৰ ধৰ্ম্মক আদৰ কৰা হয়। আৰু যি লোকে
এই তিন জনক অনাদৰ কৰে, তাৰ ধৰ্ম কৰ্ম্ম সকলো বৃথা। যিমান
এই তিন জনক অনাদৰ কৰে, তাৰ ধৰ্ম্ম কৰ্ম্ম সকলো বৃথা। যিমান
দিন এলােক জীয়াই থাকে, তিমান দিন লৈকে স্বতন্ত্রভাৱে কোনাে
দিন এওঁলোক জীয়াই থাকে, তিমান দিন লৈকে স্বতন্ত্ৰভাৱে কোনো
ধৰ্ম্ম কৰ্ম্ম কৰিবৰ নিয়ম নাই; কিন্তু প্রতিদিনে এওঁলােকৰ হলে
ধৰ্ম্ম কৰ্ম্ম কৰিবৰ নিয়ম নাই; কিন্তু প্ৰতিদিনে এওঁলোকৰ হলে
প্রিয় কার্য্য সাধন আৰু সেৱা শুশ্রুষা কৰিব লাগিব। এওঁলােক
প্ৰিয় কাৰ্য্য সাধন আৰু সেৱা শুশ্ৰুষা কৰিব লাগিব। এওঁলোক
সেৱাৰি অবিৰােধে পৰলোক কামনাৰে কায়-মন-বাক্যেৰে যি অলপ
সেৱাদিৰ অবিৰোধে পৰলোক কামনাৰে কায়-মন-বাক্যেৰে যি অলপ
ধৰ্ম্ম কৰ্ম্মৰ অনুষ্ঠান্ কৰিব; সেই এটাইকে তেওঁলােকক নিবেদন কৰিব ।
ধৰ্ম্ম কৰ্ম্মৰ অনুষ্ঠান্ কৰিব; সেই এটাইকে তেওঁলোকক নিবেদন কৰিব।
তিনো জনক উল্লিখিত মতে শুশ্রুষা কৰিলে পুরুষৰ ইতি কর্তব্য ।
তিনো জনক উল্লিখিত মতে শুশ্ৰুষা কৰিলে পুৰুষৰ ইতি কৰ্তব্য।
(ইহ কালত কৰিব লগা কাম) শেষ হয়। এইয়েই সাক্ষাৎ পৰম ধৰ্ম্ম ।
(ইহ কালত কৰিব লগা কাম) শেষ হয়। এইয়েই সাক্ষাৎ পৰম ধৰ্ম্ম।
তদ্ভিন্ন যজ্ঞাদি অন্যান্য যি কিছু ধৰ্ম আছে, সেই এটাইকে উধৰ্ম্ম
তদ্ভিন্ন যজ্ঞাদি অন্যান্য যি কিছু ধৰ্ম্ম আছে, সেই এটাইকে উপধৰ্ম্ম
বােলে। সামান্য লােকৰ ঠাইতে শ্রদ্ধা কৰি শ্ৰেষ্ঠ বিদ্যা শিকিব ; অতি
বোলে। সামান্য লোকৰ ঠাইতে শ্ৰদ্ধা কৰি শ্ৰেষ্ঠ বিদ্যা শিকিব; অতি
অন্ত্যজ অর্থাৎ চালাদিৰ পৰা পৰম ধৰ লাভ কৰিব; লৰাৰ পৰাও
অন্ত্যজ অৰ্থাৎ চান্দালাদিৰ পৰাও পৰম ধৰ্ম্ম লাভ কৰিব; লৰাৰ পৰাও
ভাল কথা গ্ৰহণ কৰিব। আৰু কুস্থানৰ পৰাও সুবর্ণাদি তুলি লব
ভাল কথা গ্ৰহণ কৰিব। আৰু কুস্থানৰ পৰাও সুবৰ্ণাদি ৰত্নতুলি লব
লাগে। স্ত্রী, , বিধৰ্ম্ম, পবিত্রতা, হিতােপদেশ আৰু শিল্প বিদ্যা
লাগে। স্ত্ৰী, ৰত্ন, বিদ্য়া, ধৰ্ম্ম, পবিত্ৰতা, হিতোপদেশ আৰু শিল্প বিদ্যা
সকলােৰে পৰা সকলােৱে লাভ বা শিক্ষা কৰিব পাৰে।
সকলোৰে পৰা সকলোৱে লাভ বা শিক্ষা কৰিব পাৰে।
* বেপাক থাপত্যং মাক দক্ষিণাগ্নি আৰু গুৰু আৰহনীয় অগ্নি।
* বোপাক গাৰ্হপত্যং মাক দক্ষিণাগ্নি আৰু গুৰু আৰহনীয় অগ্নি।