পৃষ্ঠা:হিন্দু-ধৰ্ম্ম-সাৰ.djvu/৩৩: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

→‎মুদ্ৰণ সংশোধন কৰা হোৱা নাই: "| ২১ ] ন হয়। সংসাৰত দেহধাৰী মাত্রেই সকলোৱে কাম ক্র..." দি পৃষ্ঠা সৃষ্টি কৰা হ'ল
 
পৃষ্ঠাৰ স্থিতিপৃষ্ঠাৰ স্থিতি
-
মুদ্ৰণ সংশোধন কৰা হোৱা নাই
+
মুদ্ৰণ সংশোধিত
পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded):পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded):
১ নং শাৰী: ১ নং শাৰী:
| ২১ ]
| ২১ ]
ন হয়। সংসাৰত দেহধাৰী মাত্রেই সকলোৱে কাম ক্রোধৰ বশ. সেই
ন হয়। সংসাৰত দেহধাৰী মাত্ৰেই সকলোৱে কাম ক্ৰোধৰ বশ. সেই
কাৰণে বিদ্বান অবিদ্বান সকলােকে কামিনীয়ে অনায়াসে উন্মাদ কৰিবলৈ
কাৰণে বিদ্বান অবিদ্বান সকলোকে কামিনীয়ে অনায়াসে উন্মাদ কৰিবলৈ
সমর্থ হয়। আন কি মাতৃ, ভনী, কন্যা প্রভৃতিৰ সহিতে নির্জন ঘৰত
সমৰ্থ হয়। আন কি মাতৃ, ভনী, কন্যা প্ৰভৃতিৰ সহিতেও নিৰ্জ্জন ঘৰত
বাশ কৰা অবিধি। ইন্দ্রিয় বােৰ ইমান বলন যে, সিহঁতে জ্ঞানৱন
বাশ কৰা অবিধি। ইন্দ্ৰিয় বোৰ ইমান বলৱান যে, সিহঁতে জ্ঞানৱান
লােকৰও মন আকর্ষণ কৰে। সেই কাৰণে গুরুপত্নী প্রভৃতি তিৰােতা
লোকৰও মন আকৰ্ষণ কৰে। সেই কাৰণে গুৰুপত্নী প্ৰভৃতি তিৰোতা
বােৰে সহিতে উক্তৰূপ ব্যৱহাৰৰ বিধি আছে।
বোৰে সহিতে উক্তৰূপ ব্যৱহাৰৰ বিধি আছে।
কোনােৱে কয় ধৰ্ম আৰু অর্থেই পৰম শ্রেষ্ঠ আৰু কোনাে অর্থ
কোনোৱে কয় ধৰ্ম আৰু অৰ্থেই পৰম শ্ৰেষ্ঠ আৰু কোনোৱে অৰ্থ
আরু কামক, আকৌ কোনােৱে কেৱল ধৰ্ম্মকেই সমুদাই ত্ৰিবৰ্গ ( ধৰ্ম্ম,
আৰু কামক, আকৌ কোনোৱেবা কেৱল ধৰ্ম্মকেই সমুদাই ত্ৰিবৰ্গ ( ধৰ্ম্ম,
অর্থ, কাম—উৎপত্তি, স্থিতি, ধ্বংস-সত্ব, ৰজঃ, তমঃ) সাধনৰ মূল বুলি
অৰ্থ, কাম—উৎপত্তি, স্থিতি, ধ্বংস-সত্ব:, ৰজঃ, তমঃ) সাধনৰ মূল বুলি
কয়; কোনােৱেবা অথকেই ইকালত শ্রেষ্ঠ বুলি প্ৰকাশ কৰে; কিন্তু
কয়; কোনোৱেবা অৰ্থকেই ইকালত শ্ৰেষ্ঠ বুলি প্ৰকাশ কৰে; কিন্তু
আচলতে ধম্ম, অৰ্থ আৰু কাম এই তিনিওটিৰ সংযােগেহে শ্রেষ্ঠতা লাভ
আচলতে ধৰ্ম্ম, অৰ্থ আৰু কাম এই তিনিওটিৰ সংযোগেহে শ্ৰেষ্ঠতা লাভ
কৰিব পাৰি। অকলে হলে কোনােৱেই শ্রেষ্ঠ হব নোৱাৰে।
কৰিব পাৰি। অকলে হলে কোনোৱেই শ্ৰেষ্ঠ হব নোৱাৰে।
নবম অধ্যায়।
নবম অধ্যায়।
পিতৃ-মাতৃ আৰু গুৰু ভক্তি হীনতা গ্রহণ।
পিতৃ-মাতৃ আৰু গুৰু ভক্তি হীনতা গ্ৰহণ।
আচাৰ্য্য পৰমেশ্বৰৰ মূৰ্ত্তি, জন্মদাতা পিতৃ প্রজাপতি ব্ৰহ্মাৰ মূৰ্ত্তি,
আচাৰ্য্য পৰমেশ্বৰৰ মূৰ্ত্তি, জন্মদাতা পিতৃ প্ৰজাপতি ব্ৰহ্মাৰ মূৰ্ত্তি,
গর্ভধাৰিণী মাতৃ সাক্ষাৎ পৃথিবীৰ মূৰ্ত্তি আৰু ভাই ককাই উভয়ে নিজৰ
গৰ্ভধাৰিণী মাতৃ সাক্ষাৎ পৃথিবীৰ মূৰ্ত্তি আৰু ভাই ককাই উভয়ে নিজৰ
দ্বিতীয় মূর্তি। এই কাৰণে আচাৰ্য (গুরু), পিতৃ মাতৃ আৰু সহােদৰৰ
দ্বিতীয় মূৰ্তি। এই কাৰণে আচাৰ্য (গুৰু), পিতৃ মাতৃ আৰু সহোদৰৰ
পৰা অত্যন্ত পীড়িত বা দুঃখিত হলেও, তেওলোেক অপমান দিয়া
পৰা অত্যন্ত পীড়িত বা দুঃখিত হলেও, তেওলোেক অপমান দিয়া
অনুচিত। সন্তানৰ নিমিত্তে মাক বাপেকে যি দুঃখ সহে, সন্তানৰ হেজাৰ
অনুচিত। সন্তানৰ নিমিত্তে মাক বাপেকে যি দুঃখ সহে, সন্তানৰ হেজাৰ
বছৰেও তাৰ ধাৰু পৰিশােধ কৰিবৰ শক্তি নাই। সেই বাবে সন্তানে
বছৰেও তাৰ ধাৰ পৰিশোধ কৰিবৰ শক্তি নাই। সেই বাবে সন্তানে
নিতৌ মা-বাপেকে আৰু গুরুৱে ভাল পােৱা কাম কৰি সন্তোষ দিব।
নিতৌ মা-বাপেকে আৰু গুৰুৱে ভাল পোৱা কাম কৰি সন্তোষ দিব।
এওঁলােক তিনি জন তুষ্ট থাকিলে সকলাে তপস্যাৰ ফল পায়। এওঁ
এওঁলোক তিনি জন তুষ্ট থাকিলে সকলো তপস্যাৰ ফল পায়। এওঁ