পৃষ্ঠা:হিন্দু-ধৰ্ম্ম-সাৰ.djvu/১৯: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

→‎মুদ্ৰণ সংশোধন কৰা হোৱা নাই: "________________ উপৰত যে দৈৱ যুগৰ পৰিমাণ বাহে বছৰ কোৱা হল, ত..." দি পৃষ্ঠা সৃষ্টি কৰা হ'ল
 
পৃষ্ঠাৰ স্থিতিপৃষ্ঠাৰ স্থিতি
-
মুদ্ৰণ সংশোধন কৰা হোৱা নাই
+
মুদ্ৰণ সংশোধিত
পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded):পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded):
১ নং শাৰী: ১ নং শাৰী:
________________



উপৰত যে দৈৱ যুগৰ পৰিমাণ বাহে বছৰ কোৱা হল, তাৰ আঠলক্ষ ৰায়ঃ হেজাৰ বছৰে এট। এটা মন্বন্ত অর্থাৎ এক এক মনুৰ অধিকাৰ কাল শ্য হ্য। এইরূপে অসংখ্য অসংখ্য মধু মিছি হৈছে। আর অসংখ্য বাৰ বিশ্বৰ সৃষ্টি আ# লয় হৈছে। আকৌ সেই জগৎটা পিতামহে যেন ক্রীড়া কৌতুক কৰি উক্ত লিখিত কাৰ্য্যবোৰ সম্পন্ন কৰি থাকে । | এতিয়া উক্লিখিত সুগচাৰিটিৰ বিষয় কোৱা যাওক। প্রথম সন্তামুণে সকলো ধম্মহ পুণ জারে অবস্থিতি, অসত্য মাত্রেই নাই। এই যুণত শাস্ত্র নিসিদ্ধ উপায়েৰে অৰ্থ নাইবা বিদ্যা লাভ নাই। ক্রমে অন্যান্য তিনি যুগ, ধ ম এক এক ভাগ ক্ষয় হৈ আ•ে যেনে ত্রেতত তিনি দ্বাপৰত দুই আৰু কালত এক ভাগ মাত্ৰ ধৰ্ম্ম থাকে। সেইরূপ ধন-বিদ্যা অর্জন ও ধৰ্মৰ এক এক পাদ ক্ষয় হৈ থাকে।
উপৰত যে দৈৱ যুগৰ পৰিমাণ বাৰহেজাৰ বছৰ কোৱা হল, তাৰ আঠলক্ষ বাৱন্ন হেজাৰ বছৰে এটা এটা মন্বন্তৰ অৰ্থাৎ এক এক মনুৰ অধিকাৰ কাল শেষ হয়। এইৰূপে অসংখ্য অসংখ্য মন্বন্তৰ মিলিত হৈছে। আৰু অসংখ্য বাৰ বিশ্বৰ সৃষ্টি আৰু লয় হৈছে। আকৌ সেই জগৎস্ৰষ্টা পিতামহে যেন ক্ৰীড়া কৌতুক কৰি উক্ত লিখিত কাৰ্য্যবোৰ সম্পন্ন কৰি থাকে।
সত্য যুগৰ মানুহ বোৰ নিৰােগী, সিদ্ধ কৰ্ম্মী আৰু চাৰিশ বছৰ জীয়াই থাকে। কিন্তু তােদি পিচৰ যুগ তিনটি ও ক্রমে এশ বছৰকে তাস হয়। বেদোক্ত কৰ্ম্ম অনুসাৰে পৰমাঃ প্রাপ্তি কামনা পূর্বক ফল শাহ হৈ থাকে। | চাৰিও যুগে ধৰ্ম সাধনা বিষয়ে ভিন্ন প্ৰকাৰ যেনে , সত্য যুগত তপস্যাই প্রধান ধম্ম, ত্রেতা যুগত জ্ঞানেই প্রধান, দ্বাপৰ যুগত যজ্ঞ আৰু কলি যুগত দান আব নাম।
এতিয়া উল্লিখিত সুগচাৰিটিৰ বিষয় কোৱা যাওক। প্ৰথম সন্তামুণে সকলো ধম্মহ পুৰ্নভাৱে অবস্থিতি, অসত্য মাত্ৰেই নাই। এই যুণত শাস্ত্ৰ নিসিদ্ধ উপায়েৰে অৰ্থ নাইবা বিদ্যা লাভ নাই। ক্ৰমে অন্যান্য তিনি যুগে, ধৰ্ম্ম এক এক ভাগ ক্ষয় হৈ আহে যেনে --ত্ৰেতাত তিনি দ্বাপৰত দুই আৰু কালত এক ভাগ মাত্ৰ ধৰ্ম্ম থাকে। সেইৰূপ ধন-বিদ্যা অৰ্জন ও ধৰ্মৰ এক এক পাদ ক্ষয় হৈ থাকে।
| চতৰ অধ্যায়। চাৰি বৰ্ণৰ ধৰ্ম্ম, তাৰ শ্ৰেষ্ঠতা আৰু আচাৰ ধৰ্ম ।
সত্য যুগৰ মানুহ বোৰ নিৰোগী, সিদ্ধ কৰ্ম্মী আৰু চাৰিশ বছৰ জীয়াই থাকে। কিন্তু ত্ৰেতাদি পিচৰ যুগ তিনটি ও ক্ৰমে এশ বছৰকে হ্ৰাস হয়। বেদোক্ত কৰ্ম্ম অনুসাৰে পৰমাঃ প্ৰাপ্তি কামনা পূৰ্ব্বক ফল লাভ হৈ থাকে।
ধম্মৰ মূল কেবল কৰ্ম্ম, সেই দেখি চাৰিও বর্ণৰে নিয়ম কৰোতা পৰমেৰে কেৰােৰ কৰ্ম্ম নির্দেশ কৰিছে। সেই সকল বেৰে
চাৰিও যুগে ধৰ্ম সাধনা বিষয়ো ভিন্ন প্ৰকাৰ যেনে , সত্য যুগত তপস্যাই প্ৰধান ধম্ম, ত্ৰেতা যুগত জ্ঞানেই প্ৰধান, দ্বাপৰ যুগত যজ্ঞ আৰু কলি যুগত দান আৰু নাম।

চতুৰ্থ অধ্যায়।

চাৰি বৰ্ণৰ ধৰ্ম্ম, তাৰ শ্ৰেষ্ঠতা আৰু আচাৰ ধৰ্ম।

ধম্মৰ মূল কেবল কৰ্ম্ম, সেই দেখি চাৰিও বৰ্ণৰে নিয়ম কৰোতা পৰমেশ্বৰে কেতবোৰ কৰ্ম্ম নিৰ্দেশ কৰিছে। সেই সকল কৰ্ম্ম যেনে :---