পৃষ্ঠা:গল্পাঞ্জলি.pdf/৮১: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

→‎মুদ্ৰণ সংশোধন কৰা হোৱা নাই: "গল্পাঞ্জলি সৰোজকুমাৰ আৰু মালিনী মন্ত্ৰী-পুত্ৰ ও..." দি পৃষ্ঠা সৃষ্টি কৰা হ'ল
 
পৃষ্ঠাৰ স্থিতিপৃষ্ঠাৰ স্থিতি
-
মুদ্ৰণ সংশোধন কৰা হোৱা নাই
+
মুদ্ৰণ সংশোধিত
শিৰোনামা (noinclude):শিৰোনামা (noinclude):
১ নং শাৰী: ১ নং শাৰী:
{{rh|৭৪|গল্পাঞ্জলি|}}
পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded):পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded):
১ নং শাৰী: ১ নং শাৰী:
গল্পাঞ্জলি
সৰোজকুমাৰ আৰু মালিনী মন্ত্ৰী-পুত্ৰ ও ৰাজকুমাৰী। সৰোজৰ
সৰোজকুমাৰ আৰু মালিনী মন্ত্ৰী-পুত্ৰ ও ৰাজকুমাৰী। সৰোজৰ
দুই বছৰৰ পাছত মালিনীৰ জন্ম। তেতিয়া ৰাজা আৰু মন্ত্ৰী
দুই বছৰৰ পাছত মালিনীৰ জন্ম। তেতিয়া ৰাজা আৰু মন্ত্ৰী
বিশেষ সম্বন্ধ থকাহেতু সৰোজ আৰু মালিনী সৰুৰেপৰা একে
বিশেষ সম্বন্ধ থকাহেতু সৰোজ আৰু মালিনী সৰুৰেপৰা একে
লগে আছিল, বহিছিল, ৰং কৰিছিল। যেতিয়া মালিনী
লগে আছিল, বহিছিল, ৰং কৰিছিল। যেতিয়া মালিনী
ৰাজপ্ৰাসাদত শত শত দাসীৰে লালিত হৈ মাধবীলতাৰ নিচিনা
ৰাজপ্ৰাসাদত শত শত দাসীৰে লালিত হৈ মাধবী-লতাৰ নিচিনা
বাঢ়িবলৈ ধৰে, তেতিয়া মন্ত্ৰী গৃহতো সৰোজৰূপী বৃক্ষটিয়ে
বাঢ়িবলৈ ধৰে, তেতিয়া মন্ত্ৰী গৃহতো সৰোজৰূপী বৃক্ষটিয়ে
ডাল-পাত মেলিবলৈ ধৰে। সেই সময়ত কোনোৱে ভবা
ডাল-পাত মেলিবলৈ ধৰে। সেই সময়ত কোনোৱে ভবা
নাছিল যে সেই মাধবীলতা এই ৰসাল-বৃক্ষগামিনী হব। উভয়ে
নাছিল যে সেই মাধবীলতা এই ৰসাল-বৃক্ষগামিনী হব। উভয়ে
একে ঠাইতে থকা বাবে বাল্যাৱস্থাতে মালিনী আৰু সৰোজ,
একে ঠাইতে থকা বাবে বাল্যাৱস্থাতে মালিনী আৰু সৰোজৰ,
উভয় প্ৰতি উভয়ব চেনেহ ওপজে। এজন নহলে আনজনে
উভয় প্ৰতি উভয়ৰ চেনেহ ওপজে। এজন নহলে আনজনে
ধেমালি কবিবলৈকে ভাল নাপায়। এজনক নেদেখিলে
ধেমালি কবিবলৈকে ভাল নাপায়। এজনক নেদেখিলে
আনজনে এখকো থাকিব নোৱাৰে।
আনজনে এখন্তকো থাকিব নোৱাৰে।

সময়ে কাবা প্ৰতি অপেক্ষা নকৰে। লাহে লাহে মালিনী
{{c|(৩)}}
{{gap}}সময়ে কাৰো প্ৰতি অপেক্ষা নকৰে। লাহে লাহে মালিনী
আৰু সৰোজ, উভয়ে বালসুলভ চপলতা, অকপটতা, পবিত্ৰতা
আৰু সৰোজ, উভয়ে বালসুলভ চপলতা, অকপটতা, পবিত্ৰতা
প্ৰভৃতিৰ প্ৰভুত্ব পৰিত্যাগ কৰি, যৌবনৰ গাম্ভীৰ্য, কপটতা,
প্ৰভৃতিৰ প্ৰভুত্ব পৰিত্যাগ কৰি, যৌবনৰ গাম্ভীৰ্য্য, কপটতা,
তাপবিত্ৰতা আৰু ৰূপ-গৰ্ব্বৰ দাস হল। তেতিয়া উভয়ে যেন
অপবিত্ৰতা আৰু ৰূপ-গৰ্ব্বৰ দাস হল। তেতিয়া উভয়ে যেন
কিহৰ অভাব বোধ কৰিব ধৰিলে। উভয়ৰ হৃদয়ৰ অন্তঃপ্ৰদেশত
কিহৰ অভাব বোধ কৰিব ধৰিলে। উভয়ৰ হৃদয়ৰ অন্তঃপ্ৰদেশত
যেন অস্ফুটস্বৰে কোনোবাই তেওঁলোকৰ অভাব সোঁৱৰাই দি
যেন অস্ফুটস্বৰে কোনোবাই তেওঁলোকৰ অভাব সোঁৱৰাই দি
গীত গাব ধৰিলে। সঁচা কথা কবলৈ হলে, উভয়ৰে শিশু
গীত গাব ধৰিলে। সঁচা কথা কবলৈ হলে, উভয়ৰে শিশু
অৱস্থাৰ শিশু-স্নেহ যৌবন অৱস্থাৰ প্ৰেমত পৰিণত হল।
অৱস্থাৰ শিশু-স্নেহ যৌবন অৱস্থাৰ প্ৰেমত পৰিণত হল।

| তেতিয়া ৰাজা, মন্ত্ৰী আৰু ৰাজ্যৰ আন আন সকলে।
{{gap}}তেতিয়া ৰাজা, মন্ত্ৰী আৰু ৰাজ্যৰ আন আন সকলো