পৃষ্ঠা:পৰিদৰ্শন.djvu/১০১: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

→‎মুদ্ৰণ সংশোধন কৰা হোৱা নাই: "পণ্ডিত বাবু নাম, ছাত্র সংখ্যা, পণ্ডিতৰ নাম, বিদ্যা..." দি পৃষ্ঠা সৃষ্টি কৰা হ'ল
 
পৃষ্ঠাৰ স্থিতিপৃষ্ঠাৰ স্থিতি
-
মুদ্ৰণ সংশোধন কৰা হোৱা নাই
+
মুদ্ৰণ সংশোধিত
শিৰোনামা (noinclude):শিৰোনামা (noinclude):
১ নং শাৰী: ১ নং শাৰী:
{{rh|||পণ্ডিত বাবু}}
পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded):পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded):
১ নং শাৰী: ১ নং শাৰী:
নাম, ছাত্ৰ সংখ্যা, পণ্ডিতৰ নাম, বিদ্যা, দৰমহা ইত্যাদি আহিল।
পণ্ডিত বাবু
চাহাবে অলপ পৰ চাই কলে,'অ! পণ্ডিতজন ট্ৰেইনিং পোৱা
নাম, ছাত্র সংখ্যা, পণ্ডিতৰ নাম, বিদ্যা, দৰমহা ইত্যাদি আহিল।
নহয়!'
চাহাবে অলপ পৰ চাই কলে, ‘অ! পণ্ডিতজন ট্রেইনিং পােৰ

নহয়!
ডিপুটী-নহয় ছাৰ।
{{gap}}ডিপুটী—নহয় ছাৰ।

ইন্সপেক্টৰ-ট্রেইনিং পাছ কৰা শিক্ষক পােৰা ইয়াত
{{gap}}ইন্সপেক্টৰ-ট্ৰেইনিং পাছ কৰা শিক্ষক পোৱা ইয়াত টান নেকি?
টাননেকি ?

ডিপুটী-হয় হাৰ, বৰ টান।
{{gap}}ডিপুটী—হয় ছাৰ, বৰ টান।
ইন্সপেক্টৰ—কিন্তু অলপতে স্কুল পৰিদৰ্শন কৰোতে মােক

তাৰ চুপাৰিন্টেন্টে ডাঙৰীয়াই কৈছিল যে, এই মহকুমাৰ
{{gap}}ইন্সপেক্টৰ—কিন্তু অলপতে স্কুল পৰিদৰ্শন কৰোঁতে মোক
কেইবাজনাে ট্রেইনিং পাছ কৰা শিক্ষকে কাম নাপাই বহি
তাৰ ছুপাৰিণ্টেণ্ডেণ্ট ডাঙৰীয়াই কৈছিল যে, এই মহকুমাৰ
আছে !
কেইবাজনো ট্ৰেইনিং পাছ কৰা শিক্ষকে কাম নাপাই বহি আছে!
ডিপুটী অলপ বিপাঙত পৰিল। ছব-ইন্সপেক্টৰে মাত

লগালে, ‘আছে হয়, ছাৰ। কিন্তু ট্রেইনিং পাছ কৰা মানুহ-
{{gap}}ডিপুটী অলপ বিপাঙত পৰিল। ছব-ইন্সপেক্টৰে মাত
বিলাকে ইমান দূৰলৈ আহিবলৈ ভাল নাপায়। এইবােৰ
লগালে,'আছে হয়, ছাৰ। কিন্তু ট্ৰেইনিং পাছ কৰা মানুহবিলাকে ইমান দূৰলৈ আহিবলৈ ভাল নাপায়। এইবোৰ
বৰ backward ঠাই !
বৰ backward ঠাই!'
ডিপুটীয়ে উশাহ পাই লগাই দিলে, ‘আৰু ট্ৰেইনিঙৰ পৰা

আহিলে গুৰুবােৰৰ বৰ ভেম হয়। সেইটোষে কি কাৰণে
{{gap}}ডিপুটীয়ে উশাহ পাই লগাই দিলে,'আৰু ট্ৰেইনিঙৰ পৰা
হয় কব নােৱাৰে।
আহিলে গুৰুবোৰৰ বৰ ভেম হয়। সেইটোযে কি কাৰণে হয় কব নোৱাৰোঁ।'
ইন্সপেক্টৰ -ও হয় হয়! মই সেই কথা বেছ জাননা।

প্রথমতে সিহঁতে ‘দেউতা’ বা ‘হুজুৰ গুচাই ছাৰ ছাৰ' বুলিবলৈ
{{gap}}ইন্সপেক্টৰ—ও হয় হয়! মই সেই কথা বেছ জানো!
লয়। প্রথমে থিয় হৈ মিলিটেৰী চালাম দিবলৈ শিকে।
প্ৰথমতে সিহঁতে ‘দেউতা’ বা 'হুজুৰ' গুচাই 'ছাৰ''ছাৰ' বুলিবলৈ লয়। প্ৰথমে থিয় হৈ মিলিটেৰী চালাম দিবলৈ শিকে। ও
[ ৯৭ ]


<center> [ ৯৭ ]</center>

{{gap}}{{gap}}৭