পৃষ্ঠা:পৰাচিত.pdf/৬৪: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

→‎মুদ্ৰণ সংশোধন কৰা হোৱা নাই: "06 পৰচিত তৃতীয় অঙ্ক পেটুৱা । বন্ধত নাহিল বুলি তাৰ..." দি পৃষ্ঠা সৃষ্টি কৰা হ'ল
 
পৃষ্ঠাৰ স্থিতিপৃষ্ঠাৰ স্থিতি
-
মুদ্ৰণ সংশোধন কৰা হোৱা নাই
+
মুদ্ৰণ সংশোধিত
শিৰোনামা (noinclude):শিৰোনামা (noinclude):
১ নং শাৰী: ১ নং শাৰী:
{{rh|৫৪|পৰাচিত|[তৃতীয় অঙ্ক}}
পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded):পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded):
১ নং শাৰী: ১ নং শাৰী:

06
{{gap}}পেটুৱা। বন্ধত নাহিল বুলি তাৰ দুই-চাইদিন আগত বা
পৰচিত
পাচতে জানো আহিব নোৱাৰে?
তৃতীয় অঙ্ক

পেটুৱা । বন্ধত নাহিল বুলি তাৰ দুই-চাইদিন আগত বা
{{gap}}শিৱ। নোৱৰাটোৱেইহে প্ৰমাণ হ'ল। হাকিমৰ সাক্ষীয়েই যথেষ্ট। তাৰ উপৰি কলেজৰ প্ৰিন্সিপালৰ ৰিপোৰ্টৰ পৰাও প্ৰমাণ হ'ল যে সি কোনো দিনে কলেজ খতি কৰা নাই।
পাচতে জানাে আহিব নােৱাৰে ?

শিৱ । নােৱৰাটোৱেইহে প্রমাণ হ'ল। হাকিমৰ সাক্ষী-
{{gap}}পেটুৱা। আষাৰৰ পৰা ধৰিলে কেই মাহ হয়?
য়েই যথেষ্ট। তাৰ উপৰি কলেজৰ প্রিন্সিপালৰ ৰিপােটৰ

পৰাও প্রমাণ হ'ল যে সি কোনো দিনে কলে খতি কৰা
{{gap}}শিৱ। চৈধ্য মাহ। সেইটোৱেই আমাৰ সকলো চেষ্টা
নাই।
মাটি কৰিলে, সকলো প্ৰমাণ উৰুৱাই দিলে। মোকৰ্দ্দমা ডিচমিচ হ'ল।
পেটুৱা । আবাৰৰ পৰা ধৰিলে কেই মাহ হয় ?

শিৱ। চৈধ্য মাহ । সেইটোৱেই আমাৰ সকলাে চেষ্টা
{{gap}}পেটুৱা। আকৌ বোলে হাকিম সন্তুষ্ট আছিল।
মাটি কৰিলে, সকলো প্রমাণ উৰুৱাই দিলে। মােক

চিমিচ হল ।
{{gap}}শিৱ। থাকিলে কি হ’ব! বাট থাকিলেহে।
পেটুৱা। আকোঁ বােলে হাকিম সন্তুষ্ট আছিল ।

শিৱ। থাকিলে কি হ’ব ! বাট থাকিলেহে ।
পেটুৱা। আন যি হওক নহওক, এতিয়া আৰু নেই
{{gap}}পেটুৱা। আন যি হওক নহওক, এতিয়া আৰু নেনাই
মেধিয়ে আপােনাৰ লৰাৰ গাত বদনাম দিব নােৱাৰে ।
মেধিয়ে আপোনাৰ লৰাৰ গাত বদনাম দিব নোৱাৰে।

শিৱ। গােচৰৰ লাভ সিমানখিনিয়েই। লি চাৰিওফালে
{{gap}}শিৱ। গোচৰৰ লাভ সিমানখিনিয়েই। লি চাৰিওফালে
মােৰ লৰাৰ বদনাম উলিয়াই ফুৰিছিল। এতিয়া তাৰ মুখ
মোৰ লৰাৰ বদনাম উলিয়াই ফুৰিছিল। এতিয়া তাৰ মুখ
বন্ধ হ’ব। লােকনাথ শান্তি নহব পাৰে, কিন্তু মােৰ লৰ।
বন্ধ হ’ব। লোকনাথৰ শাস্তি নহব পাৰে, কিন্তু মোৰ লৰা
কেলেঙ্কাৰীৰ হাত সাৰি। এতিয়া কিব। উলিয়াবৰ হ'লে মই
কেলেঙ্কাৰীৰ হাত সাৰিল। এতিয়া কিবা উলিয়াবৰ হ'লে মই
তাৰ ওপৰত মান হানিৰ মােৰ্দমা কৰিম ।
তাৰ ওপৰত মান হানিৰ মোকৰ্দ্দমা কৰিম।
পেটুৱা। নিজৰ গাভৰু ছােৱালী চম্ভালি ৰাখিব নােৱাৰে,

জগৰটো লাগে লােকৰ লৰাৰ গাত ।
{{gap}}পেটুৱা। নিজৰ গাভৰু ছোৱালী চম্ভালি ৰাখিব নোৱাৰে,
বেচ হৈছে ; তাৰ জোৰাই
জগৰটো লাগে লোকৰ লৰাৰ গাত। বেচ হৈছে; তাৰ জোৰাই
জোখাই হৈছে।
জোখাই হৈছে।