পৃষ্ঠা:নৰকাসুৰ বধ.djvu/১৭: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

→‎মুদ্ৰণ সংশোধন কৰা হোৱা নাই: "এই মহীজন জ্যোতি, অনিল আকাশ আতি, ইন্দ্ৰৰো দেৱতা মাত..." দি পৃষ্ঠা সৃষ্টি কৰা হ'ল
 
পৃষ্ঠাৰ স্থিতিপৃষ্ঠাৰ স্থিতি
-
মুদ্ৰণ সংশোধন কৰা হোৱা নাই
+
মুদ্ৰণ সংশোধিত
শিৰোনামা (noinclude):শিৰোনামা (noinclude):
১ নং শাৰী: ১ নং শাৰী:
{{rh||( ১৫ )|}}
পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded):পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded):
১ নং শাৰী: ১ নং শাৰী:
{{Block center|<poem>
এই মহীজন জ্যোতি, অনিল আকাশ আতি,
মই মহীজন জ্যোতি,{{gap|5em}}অনিল আকাশ আতি,
ইন্দ্ৰৰো দেৱতা মাত্র গুণ।
{{gap|4em}}ইন্দ্ৰৰো দেৱতা মাত্ৰ গুণ॥
অহঙ্কাৰ মহতত্ব, | এহি চৰাচৰ যত,
অহঙ্কাৰ মহতত্ব,{{gap|5em}}এহি চৰাচৰ যত,
তােমাতেসে দেখি ভ্ৰমগণ। ৬৪ ॥
{{gap|4em}}তোমাতেসে দেখি ভ্ৰমগণ॥৬৪॥
একে ব্ৰহ্ম মাত্র তুমি, | ভকত জনৰ স্বামী,
একে ব্ৰহ্ম মাত্ৰ তুমি,{{gap|5em}}ভকত জনৰ স্বামী,
অনাথৰ নাথ নাৰায়ণ।।
{{gap|4em}}অনাথৰ নাথ নাৰায়ণ।
নাজানে ভকতি স্তুতি, কেৱল কৰােহেনতি,
নাজানে ভকতি স্তুতি,{{gap|5em}}কেৱল কৰোহোনতি,
| জানি মােক দিওক শৰণ।
{{gap|4em}}জানি মোক দিওক শৰণ॥
পুত্রকে। বধিল। হৰি, সিতো দুষ্ট গৈলা মৰি,
পুত্ৰকো বধিলা হৰি,{{gap|5em}}সিতো দুষ্ট গৈলা মৰি,
| তাত কিছু নাহি মােৰ শােক।
{{gap|4em}}তাত কিছু নাহি মোৰ শোক।
তাৰে এহি পুত্র খানি, তােমাতে ভেণ্টাইলে। আনি,
তাৰে এহি পুত্ৰ খানি,{{gap|5em}}তোমাতে ভেণ্টাইলো আনি,
| প্রভু আবে আক পালি ওক। ৬৫
{{gap|4em}}প্ৰভু আবে আক পালিওক॥ ৬৫॥
চৰণ পঙ্কজে পৰি, হেৰা প্ৰাণ নাথ হৰি,
চৰণ পঙ্কজে পৰি,{{gap|5em}}হেৰা প্ৰাণ নাথ হৰি,
নাতি এৱে পশিলে। শৰণ।।
{{gap|4em}}নাতি এৱে পশিলো শৰণ।
নকৰিও বুদ্ধি ভেদ, গুচাওক হৃদি খেদ,
নকৰিও বুদ্ধি ভেদ,{{gap|5em}}গুচাওক হৃদি খেদ,
পালিওক কমল নয়ন।
{{gap|4em}}পালিওক কমল নয়ন॥
ইহাৰ শিৰত নাথ, | দি ওক পঙ্কজ হাত,
ইহাৰ শিৰত নাথ,{{gap|5em}}দিওক পঙ্কজ হাত,
তেবেসে বুড়ায় মােৰ প্রাণ।
{{gap|4em}}তেবেসে বুড়ায় মোৰ প্ৰাণ।
কটাক্ষ নয়নে চায়, কৰিও অপৰ দয়া,
কটাক্ষ নয়নে চায়া,{{gap|5em}}কৰিও অপৰ দয়া,
গুচোক ইহাৰ দুখ মন । ৬৬ ।
{{gap|4em}}গুচোক ইহাৰ দুখ মন॥৬৬॥
শুক নিগদতি, সুভদ্ৰাৰ নাতি,
</poem>}}
কনিওক পৰিক্ষিত।

{{center|____}}

{{Block center|<poem>
শুক নিগদতি,{{gap|5em}}সুভদ্ৰাৰ নাতি,
{{gap|4em}}শুকনিওক পৰিক্ষিত।</poem>}}