"পৃষ্ঠা:Subject Of Examination In The Assamese Language.djvu/৭০"ৰ বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

(→‎মুদ্ৰণ সংশোধন কৰা হোৱা নাই: "________________ ৮ সাহিত্য বিচাৰ। প্ৰৱন্ধতে পােৱা যায়। ই..." দি পৃষ্ঠা সৃষ্টি কৰা হ'ল)
 
পৃষ্ঠাৰ স্থিতিপৃষ্ঠাৰ স্থিতি
-
মুদ্ৰণ সংশোধন কৰা হোৱা নাই
+
মুদ্ৰণ সংশোধন
শিৰোনামা (noinclude):শিৰোনামা (noinclude):
১ নং শাৰী: ১ নং শাৰী:
  +
{{rh|৬৮|সাহিত্য বিচাৰ।|}}
পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded):পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded):
১ নং শাৰী: ১ নং শাৰী:
 
প্ৰৱন্ধতে পোৱা যায়। ইও সাহিত্যৰ এবিধ অলঙ্কাৰ, এতেকে এই দোষ গুচাবৰ একো উপায় নাই।
________________
 
   
 
{{gap}}ভালকৈ গমি চালে দেখা যায়, যে কথা লিখি উলিয়ালে তাৰ গঢ় আগৰ দৰে নাথাকে। মানুহৰ মুখৰ পৰা গৈ কাপৰ মুখত পৰিলেই মূৰ্ত্তি বেলেগ হয়। কদাকাৰ বস্তু শুৱণী হৈ পৰে, মিছাকো সঁচা যেন লাগে। ইয়াৰ কাৰণ এক প্ৰকাৰে আগেয়েই কোৱা হৈছে। বাঢ়ৈ আৰু খনিকৰে যেনেকৈ সাধাৰণ কাঠ বা মাটি এডোখৰকে সুন্দৰকৈ চাঁচি কাটি তাৰ ওপৰত ধুনীয়া ৰহণ লগাই চিক্‌চিকীয়া কৰি পেলায়, সেই দৰে লিখকেও এটা অতি সামান্য বস্তুকে সুন্দৰ সুন্দৰ শব্দ আ{{বঙালী ৰু}} উপমা যোজনা দি সজাই এনে শুৱনী কৰিব পাৰে যে, তাক আগৰ সেই সামান্য বস্তুটো বুলি চিনিবই নোৱাৰি। এই দেখিহে কিতাপত পঢ়া ঠাইবোৰ বা মানুহ বিলাকক চাবৰ বৰ মন যায়। যি এবাৰ কাদম্বৰী বা শকুন্তলা পঢ়িছে, তাৰ মনত সদাই এনে ইচ্ছা যে পুনৰায় সেই দিন উলটি আহক, পুনৰপি যেন অৰণ্যৰ মাজত সেই দৰে মুনিৰ আশ্ৰম দেখিবলৈ পাব। মহাভাৰতত নৈমিষাৰণ্যৰ কথা পঢ়ি এনে বোধ হয় যে সেই হাবি স্বৰ্গৰ নিচিনা সুখময় মহা পৱিত্ৰ ঠাই। কিন্তু যদি সেই ঠাইবোৰ চাবলৈ যোৱা যায়, তেন্তে দেখিবা যে কিতাপত পঢ়ি যেনে লাগিছিল আচলতে তেনেকুৱা নহয়। আমি থকা ঠাইবোৰ যেনেকুৱা সিও প্ৰায় তেনেকুৱা, অলপহে যদি প্ৰভেদ ওলায়। এই এটাইবোৰ কবিৰ কাপৰ গুণ।
 
  +
সাহিত্য বিচাৰ।
 
 
{{gap}}সাহিত্যৰ সাধাৰণ লক্ষণ কেনেকুৱা তাক কৈ এতালোঁ। বোধকৰোঁ এতিয়া ওপৰৰ আলোচনা পঢ়িলে সাহিত্য কাক বোলে অনায়াসে কব পৰা যায়। কিন্তু এতিয়াও এটা কথা বাকী। সাহিত্য হবৰ দিন ধৰি আজিলৈকে একে দৰে আছেনে বেলেগ হৈছে তাৰ কথা মুঠে কোৱা নাই। আজি কালি যদি সাহিত্য কিছু বেলেগ হৈছে, তেনেহলে আদিতে কেনেকুৱা আছিল আৰু এতিয়ানো তাৰ ৰূপ কেনে হৈছে ; এইকেইটা কথাৰ মীমাংসা হলেই সাহিত্যৰ সাধাৰণ অৱস্থা ওৰ পৰে।
প্ৰৱন্ধতে পােৱা যায়। ইও সাহিত্যৰ এবিধ অলঙ্কাৰ, এতেকে এই নােষ চাবৰ একো উপায় নাই।
 
  +
ভালকৈ গমি চালে দেখা যায়, যে কথা লিখি উলিয়ালে তাৰ গঢ় আগৰ দৰে নাকে । মানুহৰ মুখৰ পৰা গৈ কাপৰ মুখত পৰিলেই মুর্তি বেলেগ হয়। কাকাৰ শুৱনী হৈ পৰে, মিছাকো সচা যেন লাগে। ইয়াৰ কাৰণ এক একাৰে আগেয়েই কোৱা হৈছে। বাঢ়ৈ আৰু খনিকৰে যেনেকৈ সাধাৰণ কাঠ বা মাটি এভােৰকে চাটি কাটি তাৰ ওপৰত ধুনীয়া ৰহণ লগাই চিচিকীয়া কৰি পেলায়, সেই দৰে লিখকেও এট। অতি সামান্য বন্ধুকে সুন্দৰ সুন্দৰ শব্দ আৰু উপমা যােজনা দি সজাই এনে শুৱনী কৰিব পাৰে যে, তাক আগৰ সেই সামান্য বটে। বুলি চিনিবই নোৱাৰি। এই দেখিহে কিতাপত পঢ়া ঠাইযােৰ বা মানুহবিলাকক চাবৰ মন যায়। যি এবাৰ কাদম্বৰী বা শকুঅলা পঢ়িছে, তাৰ মনত সদাই এনে ইচ্ছা যে পুনৰায় সেই দিন উলটি আহক, পুনৰপি * অৰণ্যৰ মাজত সেই দৰে মুনিৰ আশ্রম দেখিবলৈ পাব। মহাতাৰতত নৈমিষাৰণ্যৰ কথা পঢ়ি এনে বোধ হয় যে সেই হাৰি স্বৰ্গৰ নিচিনা মুখময় মহা পৱিত্ৰ ঠাই। কিন্তু যদি সেই ঠাইবোৰ চাবলৈ যােৱা যায়, তেন্তে দেখিবা যে কিতাপত পঢ়ি যেনে লাগিছিল আচলতে তেনেকুৱা নহয়। আমি থকা ঠাইবােৰ যেনেকুৱা সিও প্রায় তেনেকুৱা, অলপহে যদি প্রভেদ ওলায়। এই এটাইবােৰ কবিৰ কাপৰ গুণ।
 
 
{{gap}}সকলো বস্তুৰে যে পৰিবৰ্ত্তন আছে এই কথা সকলোৱে জানে। পৃথিবীৰ ভিতৰত এনে একো বস্তু নাই যি আদিৰে পৰা আজিলৈকে একে দৰে আছে। সাহিত্যৰো সেই দৰে সময়ৰ লগে লগে গঢ় লৰিবই লাগিছে। আদিতে
সাহিত্যৰ সাধাৰণ লক্ষণ কেনেকুৱ তাক কৈ এলো । বোধকৰে। এতিয়া ওপৰৰ আলাচনা পঢ়িলে সাহিত্য কাৰু যােলে অনায়াসে কব পৰা যায়। কিন্তু এতিয়াও এটা কথা বাকী। সাহিত্য বৰ দিন ধৰি আজিলৈকে একে দৰে আছেনে বেলেগ হৈছে তাৰ কথা মুঠে কোৱা নাই। আজি কালি যদি সাহিত্য কিছু বেলেগ হৈছে, তেনেহলে আদিতে কেনেকুৱা আছিল আৰু এতিয়ানো তাৰ ৰূপ বেনে হৈছে, এইকেটা কথাৰ মীমাংসা হলেই সাহিত্যৰ সাধাৰণ অৱস্থা ওৰ পৰে।
 
সকলো বস্তুৰে যে পৰিবৰ্তন আছে এই কথা সৰুলােৱে জানে। পৃথিবীৰ ভিতৰত এনে একো বন্ধ নাই যি আদিৰ পৰা আজিলৈকে একে দৰে আছে। সাহিত্যৰৰ সেই দৰে সময়ৰ লগে লগে গঢ় লৰিবই লাগিছে। আদিতে