পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v2p2.djvu/২২৬: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

→‎মুদ্ৰণ সংশোধন কৰা হোৱা নাই: "৬৪৫ দ্ৰোণ পৰ্ব। ক্ষণেকে জিহাৰ তোৰ নহিকে উচিত। যা..." দি পৃষ্ঠা সৃষ্টি কৰা হ'ল
 
পৃষ্ঠাৰ স্থিতিপৃষ্ঠাৰ স্থিতি
-
মুদ্ৰণ সংশোধন কৰা হোৱা নাই
+
মুদ্ৰণ সংশোধিত
শিৰোনামা (noinclude):শিৰোনামা (noinclude):
১ নং শাৰী: ১ নং শাৰী:
{{rh||দ্ৰোণ পৰ্ব্ব।|৬৪৫}}
পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded):পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded):
১ নং শাৰী: ১ নং শাৰী:
{{Block center|<poem>
৬৪৫
ক্ষণেকে জিহ্বাৰ তোৰ নহিকে উচিত।
দ্ৰোণ পৰ্ব।
যাদব পাণ্ডৱ মধ্যে হৈলি সনিন্দিত॥
ক্ষণেকে জিহাৰ তোৰ নহিকে উচিত।
যাদব পাণ্ডৱ মধ্যে হৈলি সনিন্দিত।
যেতিক্ষণে কেশত ধৰিয়া টানি আনি।
যেতিক্ষণে কেশত ধৰিয়া টানি আনি।
কাটিলি দ্ৰোণৰ শিৰ চন্দ্ৰহাস হানি।
কাটিলি দ্ৰোণৰ শিৰ চন্দ্ৰহাস হানি॥

সেহিষ্ণণে স্বৰ্গ হন্তে নৰকে দুৰ্ঘোৰ।
সেহিক্ষণে স্বৰ্গ হন্তে নৰকে দুৰ্ঘোৰ।
ভৈল পাত দুই সাত পুৰুষ যে তোৰ।
ভৈল পাত দুই সাত পুৰুষ যে তোৰ॥
সূৰ্যক চাহিবে লাগে তোৰ মুখ চাই।
সূৰ্য্যক চাহিবে লাগে তোৰ মুখ চাই।
দশনে পাপগণ তেবেসে এৰাই।
দৰশনে পাপগণ তেবেসে এৰাই॥

তই যদি গুৰুক নিন্দস আৰবাৰ।
তই যদি গুৰুক নিন্দস আৰবাৰ।
তেৰে গুৰুতৰ গদা কৰিয়া প্ৰহাৰ।
তেবে গুৰুতৰ গদা কৰিয়া প্ৰহাৰ॥
শত খণ্ড কৰিয়া ভাঙ্গিয়া শিৰখুলি।
শত খণ্ড কৰিয়া ভাঙ্গিয়া শিৰখুলি।
পঠাই দিব পাছে যম সদনক বুলি।
পঠাই দিবো পাছে যম সদনক বুলি॥

হেন শুনি ধৃষ্টদ্যুমে বোলে হাসি হাসি।
হেন শুনি ধৃষ্টদ্যুম্নে বোলে হাসি হাসি।
দেখি কেনমতে গদা প্ৰহায় আসি।
দেখি কেনমতে গদা প্ৰহাৰয় আসি॥
পূৰ্বাপৰে জাননা তই কেন মত শূৰ।
পূৰ্ব্বাপৰে জানো তই কেন মত শূৰ।
ভুৰিশ্ৰবা ভাৱন কৰিলা কালি চুৰ।
ভুৰিশ্ৰবা ভাৱনা কৰিলা কালি চুৰ॥

চুলি ধৰি হৃদয়ত লাঠিৰ প্ৰহাৰ।
চুলি ধৰি হৃদয়ত লাঠিৰ প্ৰহাৰ।
ভূমিত পৰিয়া মাৰিলেক বাৰম্বাৰ।
ভূমিত পৰিয়া মাৰিলেক বাৰম্বাৰ॥
তথাপিতো আপোক বোলাৱস কাজী।
তথাপিতো আপোনাক বোলাৱস কাজী।
কালিৰ কাহিনি তই পাসৰিলি আজি।
কালিৰ কাহিনি তই পাসৰিলি আজি॥

হেনয় স্বভাৱ আছে ইতৰ জনৰ।
হেনয় স্বভাৱ আছে ইতৰ জনৰ।
অল্পকে বিস্তৰ দোষ দেখয় পৰৰ।
অল্পকো বিস্তৰ দোষ দেখয় পৰৰ॥
পূৰ্বত সমান পাপ যদি আচয়।
পূৰ্ব্বত সমান পাপ যদি আচৰয়।
তথাপিত আপোনাৰ দোষ নেদেখায়।
তথাপিতো আপোনাৰ দোষ নেদেখয়॥

ভুৰি উপৰক তুলিয়া খাকি।
ভুৰিশ্ৰবা উপৰক তুলিয়া খাণ্ডাক।
কেশত ধৰিয়া তোক চাইলা কাটিবাক।
কেশত ধৰিয়া তোক চাইলা কাটিবাক॥
হেন দেখি ধনঞ্জয় মাৰি দিব্য শৰ।
হেন দেখি ধনঞ্জয় মাৰি দিব্য শৰ।
প্ৰহাৰিয়া খাণ্ডা সমে কাটিলেক কৰ।
প্ৰহাৰিয়া খাণ্ডা সমে কাটিলেক কৰ॥
</poem>}}