পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v2p3.djvu/১১৬: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

→‎মুদ্ৰণ সংশোধন কৰা হোৱা নাই: "বাম দ্বিজ। ২০০ দুলড়ি | মৃগাৱতী চৰিত্ৰ। কুমৰ বদতি..." দি পৃষ্ঠা সৃষ্টি কৰা হ'ল
 
পৃষ্ঠাৰ স্থিতিপৃষ্ঠাৰ স্থিতি
-
মুদ্ৰণ সংশোধন কৰা হোৱা নাই
+
মুদ্ৰণ সংশোধিত
পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded):পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded):
১ নং শাৰী: ১ নং শাৰী:
বাম দ্বিজ।
{{center|{{Xx-larger|'''ৰাম দ্বিজ।'''}}}}

২০০
{{Css image crop
দুলড়ি |
|Image = অসমীয়া_সাহিত্যৰ_চানেকি_v2p3.djvu
মৃগাৱতী চৰিত্ৰ।
|Page = 116
কুমৰ বদতি
|bSize = 329
শুন মহামতি
|cWidth = 66
| পাত্ৰ মন্ত্ৰী সমস্তই।
|cHeight = 15
যি সব বুলিলা সবে সত্য বাণী,
|oTop = 81
আত শঙ্কা নাহিকয়।
|oLeft = 141
নিচয়ে বিবাহ কৰিবব কন্যাক,
|Location = center
কহিলোহহা সাঙ্গ কৰি।
|Description =
দায়া নাছাৰিব। ৰাজাক তুষিবা,
}}
মোহোৰ কাৰণ কৰি।

কিন্তু এক খানি বোলো আমাসাৰ,
{{center|{{larger|মৃগাৱতী চৰিত্ৰ।}}}}
| আছে হেন ব্যৱহাৰ।।

প্ৰথমতে মূল্য | ধনক দিবেক,
{{Float left|দুলড়ি॥}} {{Block center|<poem>কুমৰ বদতি{{gap}}{{gap}}শুন মহামতি
তেবেসে বিহা কন্যাৰ।
{{gap}}{{gap}}পাত্ৰ মন্ত্ৰী সমস্তই।
এতেকে আমাৰ | ধনক দিবাৰ,
যি সব বুলিলা{{gap}}{{gap}}সবে সত্য বাণী,
নাহিকে কিছু উপাই।
{{gap}}{{gap}}আত শঙ্কা নাহিকয়॥
যদিসে আমাক দিবাহ কন্যাক,
নিচয়ে বিবাহ{{gap}}{{gap}}কৰিবো কন্যাক,
কহ হেন কথা যাই।
{{gap}}{{gap}}কহিলোহো সাঙ্গ কৰি।
যেবে নৰেশ্বৰে দিবে কিছু ধন,
দায়া নাছাৰিবা{{gap}}{{gap}}ৰাজাক তুষিবা,
নোহেকেসে বন্ধন।
{{gap}}{{gap}}মোহোৰ কাৰণ কৰি॥
তেৰে তাক দিয়া কষিবো নিবাস,
কিন্তু এক খানি{{gap}}{{gap}}বোলো আমাসাৰ,
| নিৱসে নিজ দেশৰ।
{{gap}}{{gap}}আছে হেন ব্যৱহাৰ।
বুলিবাহ কেনে কোসন বন্ধন,
প্ৰথমতে মূল্য{{gap}}{{gap}}ধনক দিবেক,
ধন দিবে নৰপতি।
{{gap}}{{gap}}তেবেসে বিহা কন্যাৰ॥
তাহাৰ সিদ্ধান্ত শুনা সবে শান্ত,
এতেকে আমাৰ{{gap}}{{gap}}ধনক দিবাৰ,
মোৰ লয়ে হেন মতি।
{{gap}}{{gap}}নাহিকে কিছু উপাই।
যদিসে আমাক{{gap}}{{gap}}দিবাহা কন্যাক,
{{gap}}{{gap}}কহ হেন কথা যাই॥
যেবে নৰেশ্বৰে{{gap}}{{gap}}দিবে কিছু ধন,
{{gap}}{{gap}}নোহেকেসে বন্ধনৰ।
তেবে তাক দিয়া{{gap}}{{gap}}কৰিবো নিবাস,
{{gap}}{{gap}}নিৱসে নিজ দেশৰ॥
বুলিবাহা কেনে{{gap}}{{gap}}কোসন বন্ধন,
{{gap}}{{gap}}ধন দিবে নৰপতি।
তাহাৰ সিদ্ধান্ত{{gap}}{{gap}}শুনা সবে শান্ত,
{{gap}}{{gap}}মোৰ লয়ে হেন মতি॥</poem>}}
পাদটীকা (noinclude):পাদটীকা (noinclude):
১ নং শাৰী: ১ নং শাৰী:
{{rh|১১৮||}}