পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v2p2.djvu/৫৬: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

→‎মুদ্ৰণ সংশোধন কৰা হোৱা নাই: "৪৭৫ .. বিষ্ণুপুৰাণ। এহি পুণ্যৱন্ত লোক তপৰ প্ৰভাৱে..." দি পৃষ্ঠা সৃষ্টি কৰা হ'ল
 
পৃষ্ঠাৰ স্থিতিপৃষ্ঠাৰ স্থিতি
-
মুদ্ৰণ সংশোধন কৰা হোৱা নাই
+
মুদ্ৰণ সংশোধিত
শিৰোনামা (noinclude):শিৰোনামা (noinclude):
১ নং শাৰী: ১ নং শাৰী:
{{rh||বিষ্ণুপুৰাণ।|৪৭৫}}
পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded):পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded):
১ নং শাৰী: ১ নং শাৰী:
{{Block center|<poem>
৪৭৫
.. বিষ্ণুপুৰাণ।

এহি পুণ্যৱন্ত লোক তপৰ প্ৰভাৱে।
এহি পুণ্যৱন্ত লোক তপৰ প্ৰভাৱে।
পশ্চিমৰ দ্বাৰে গৈয়া যম পুৰ পাৰে।
পশ্চিমৰ দ্বাৰে গৈয়া যম পুৰ পাৱে॥
দক্ষিণ দিশৰ কহে দ্বাৰৰ মহিমা।
দক্ষিণ দিশৰ কহোঁ দ্বাৰৰ মহিমা।
বতেক যাতনা তাৰ কোনে পাৱে সীমা।
যতেক যাতনা তাৰ কোনে পাৱে সীমা॥

ঘৰত অনেক আছে প্ৰাণী নিৰন্তৰ।
দ্বাৰত অনেক আছে প্ৰাণী নিৰন্তৰ।
শুনি মহাভয় মিলে দেখি লাগে ভৰ।
শুনি মহাভয় মিলে দেখি লাগে ডৰ॥
দক্ষিণ দ্বাৰক চানি শুনি হাহাকাৰ।
দক্ষিণ দ্বাৰক চানি শুনি হাহাকাৰ।
নাহিকে প্ৰকাশ তাৰ ঘোৰ অন্ধকাৰ।
নাহিকে প্ৰকাশ তাৰ ঘোৰ অন্ধকাৰ॥

বজ্ৰকিট ব্যাঘ্ৰ সিংহ কুকুৰ শৃগাল।
বজ্ৰকিট ব্যাঘ্ৰ সিংহ কুকুৰ শৃগাল।
ভাই, মই, বিছা, সৰ্প, ভালুক, বীড়াল।
ভাই, মই, বিছা, সৰ্প, ভালুক, বীড়াল॥
বাটভেন্টি আছে সবে পাপী আসে বুলি।
বাটভেন্টি আছে সবে পাপী আসে বুলি।
আমি সবে বেঢ়ি তাক মাৰিবো সমুলি।
আমি সবে বেঢ়ি তাক মাৰিবো সমুলি॥

পথত কণ্টক বেঢ়ি আছে নিৰন্তৰে।
পথত কণ্টক বেঢ়ি আছে নিৰন্তৰে।
পৰম সঙ্কট পথ জানিবা পাপৰে।
পৰম সঙ্কট পথ জানিবা পাপৰে॥
ব্ৰাহ্মণক মাৰে শিশু বৃদ্ধক বিঘাতে।
ব্ৰাহ্মণক মাৰে শিশু বৃদ্ধক বিঘাতে।
আতুৰ প্ৰাণীক যিলত সমৰত কাটে।
আতুৰ প্ৰাণীক যিতো সমৰত কাটে॥

বিশ্বাস কৰিয়া যিলত শৰণে পায়।
বিশ্বাস কৰিয়া যিতো শৰণে পশয়।
তাকে বধ কৰি যিবা পাপ আচয়।
তাকে বধ কৰি যিবা পাপ আচৰয়॥
খ্ৰীবধ কৰে মহা পাপক নচাই।
স্ত্ৰীবধ কৰে মহা পাপক নচাই॥
দক্ষিণৰ দ্বাৰে মৰি যম পুৰে যাই।
দক্ষিণৰ দ্বাৰে মৰি যম পুৰে যাই॥
অস্ত্ৰ শস্ত্ৰ এৰি যি যুদ্ধত পলাই।

তাকে খেদি কাটে পাপী ধৰ্ম্মক নাই।
অস্ত্ৰ শস্ত্ৰ এৰি যিবা যুদ্ধত পলাই।
দক্ষিণৰ দ্বৰে দূতে হাতে খণ্ড ধৰি।
তাকে খেদি কাটে পাপী ধৰ্ম্মক নচাই॥
পাচত কাটিয়া যাই খণ্ড খণ্ড কৰি।
দক্ষিণৰ দ্বাৰে দূতে হাতে খাণ্ডা ধৰি।
অগম্য গমন কৰে পৰ বস্তু হবে।
পাচত কাটিয়া যাই খণ্ড খণ্ড কৰি॥
আপচুৰি কৰে ভূমি হৰে যি নৰে।

বজ্ঞ অলঙ্কাৰ শয্যা গৃহ আছে হৰি।
জগম্য গমন কৰে পৰ বস্তু হৰে।
বিকৰিয়া তাক নিয়ে শান্তি কৰি।
আপচুৰি কৰে ভূমি হৰে যিবা নৰে॥
বস্ত্ৰ অলঙ্কাৰ শয্যা গৃহ আছে হৰি।
বিবস্ত্ৰ কৰিয়া তাক নিয়ে শান্তি কৰি॥
</poem>}}