পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v2p3.djvu/২৫: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
 
পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded):পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded):
১ নং শাৰী: ১ নং শাৰী:
{{Block center|<poem>মাধৱে ভুঞ্জিলা হেন জানি ।
{{Block center|<poem>মাধৱে ভুঞ্জিলা হেন জানি।
বিপ্ৰসবে বাহিৰক আনি ॥
বিপ্ৰসবে বাহিৰক আনি॥
ভাগ কৰি সবে বান্টি দেই ।
ভাগ কৰি সবে বান্টি দেই।
কতো খাই, কতো গৃহে নেই ॥
কতো খাই, কতো গৃহে নেই॥
দিনে দিনে জানা এহিনয় ।
দিনে দিনে জানা এহিনয়।
পূৰ্ব্বাৱধি চলিয়া আছয় ॥
পূৰ্ব্বাৱধি চলিয়া আছয়॥
শুনিয়োক সভাসদ জন ।
শুনিয়োক সভাসদ জন।
কৃষ্ণ কথা কৰিয়ো কীৰ্ত্তন ॥
কৃষ্ণ কথা কৰিয়ো কীৰ্ত্তন॥
তাহান চৰিত্ৰ শুনা কৰ্ণে ।
তাহান চৰিত্ৰ শুনা কৰ্ণে।
হৰিৰূপ চিন্তিবোহো মনে ॥
হৰিৰূপ চিন্তিবোহো মনে॥
হস্তে কৰা তান কৰ্ম্ম নিতে ।
হস্তে কৰা তান কৰ্ম্ম নিতে।
পদে যাইবা হৰিৰ নিকটে ॥
পদে যাইবা হৰিৰ নিকটে॥
হৰিৰ মূৰ্ত্তি চক্ষুয়ে চাহিবা ।
হৰিৰ মূৰ্ত্তি চক্ষুয়ে চাহিবা।
নাসিকায়ে নিৰ্ম্মাল্য ঘ্ৰাণিবা ॥
নাসিকায়ে নিৰ্ম্মাল্য ঘ্ৰাণিবা॥
জিহ্বায়ে প্ৰসঙ্গ স্বাদ লয় ।
জিহ্বায়ে প্ৰসঙ্গ স্বাদ লয়।
তেৱে তনু সাফল হোৱয় ॥
তেৱে তনু সাফল হোৱয়॥
শিৰে নমিয়োক হৰি পদ ।
শিৰে নমিয়োক হৰি পদ।
তেবে পাইবা মুকুতি সম্পদ॥
তেবে পাইবা মুকুতি সম্পদ॥
সততে কৰিবা ইটো কথা ।
সততে কৰিবা ইটো কথা।
অত কিছু নাহিকে অন্যথা ॥
অত কিছু নাহিকে অন্যথা॥
ৰামচন্দ্ৰ দাসে এহি ভণে ।
ৰামচন্দ্ৰ দাসে এহি ভণে।
হৰি হৰি ঘুষিয়ো সঘনে ॥
হৰি হৰি ঘুষিয়ো সঘনে॥</poem>}}
</poem>}}



{{center|⸻}}
{{center|⸻}}