পৃষ্ঠা:অসমীয়া ল'ৰাৰ প্ৰাকৃত-ভূগোল.djvu/৮২: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

→‎মুদ্ৰণ সংশোধন কৰা হোৱা নাই: "প্ৰাকৃত-ভুগোল। ফুঙলি উৎপন্ন হয়। কাৰণ আগেয়ে পূৰ..." দি পৃষ্ঠা সৃষ্টি কৰা হ'ল
(কোনো পাৰ্থক্য নাই)

২০:১১, ২১ আগষ্ট ২০১৯ৰ সংস্কৰণ

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

প্ৰাকৃত-ভুগোল। ফুঙলি উৎপন্ন হয়। কাৰণ আগেয়ে পূৰ্ণসিক্ত থকা বাৰে মাটিৰ পৰা যিমান ভাপ ওলায়, সকলল পানী-কণিকা হয়। নৈৰ ওপ- ৰত বা পাৰত কুঙলি বেচিকৈ দেখা যায়, কাৰণ ৰ পৰা ভাপ বেছি পৰিমাণে উঠে। হিমালয় পৰ্বত শৃঙ্গ বিলাকত আৰু কাশ্মীৰ, তিব্বত, ইংলণ্ড ইত্যাদি উত্তৰৰ দেশ বিলাকত জাৰ কালি ওপৰৰ পৰা তুলাৰ নিচিনা ওকু আৰু কোমল এবিধ ঘন পানী পৰে। চত মহীয়া তুলা সৰি- বৰ সময়ত সিমলু গছনিৰ তললৈ গলে ইয়াৰ কিছু ভাৱ পোৱা হয়। এই ঘন পানীৰ টোপা বিলাকসিমলু তুলাৰ দৰে লাহে লাহে নামি আহি ঘৰ, চোতাল, বননি, গছনি, খাল, বাম সকলোকে ঢাকি শুকুলা কৰে, কিন্তু সেইয়ে ঘণকে আক কণ-কণকৈ সোপা-সোপে পৰে। এই দৰে কেবা দিনো ৰাতিপুৱা আৰু ৰাতি এই তুলা সদৃশ পানী বৰষি অন্তত খাল বাম সমান কৰে। খুনা-তুলা, উড়ি যোৱাৰ দৰে বাতাহত কেতিয়াবা দমে দমে এঠাইৰ পৰা আন ঠাইলৈ উড়ি যায় আৰু এনে এটা দম যদি উড়ি গৈ কোনো দুৰ্ভগীয়া পথুকৰ ওপৰত পৰে তেন্তে তেওঁ প্ৰাণলৈ আশা এৰি দিও। কেতিয়াবা দুখীয়া মানুহৰ পঁজ: ঘৰ এনেকুৱা দমৰ তলত পৰি পোত যায়। বাটত গাড়ি ঘোড়া মানুহ যাবৰ নিমিত্তে মহা সঙ্কট হয়; পলশত লাগি থকাৰ দৰে এই বিলাকে কেতিয়াবা শুকুলা পানীৰ পলশত লাগি প্ৰাণ হেৰুয়াই। কোনো কোনো নগৰত ৰাতিপুৱা ইয়াক বাটৰ পৰা গুচাবলৈ মানুহ নিয়োজিত থাকে। কিন্তু প্ৰায় অহা যোৱা বাটত গছকত টান মাৰি সুন্দৰ শিলাময় পথ এটি হয়, আৰু তাৰ ওপৰে চকা নোহাৱা এবিধ শকটত মানুহ উঠি কুকুৰৰ হতুৱাই ঘোড়াৰ বেগেৰে টাই যায়। সিমলু তুলাৰ নিচিনা আকাশৰ পৰা নামি অহা ঘন পানীকে তুষাৰ কয়। পৃথিবীৰ পৰা উঠি যোৱা ভাপ ৰিলাক হঠাৎ বৰকৈ চেঁচা