পৃষ্ঠা:অসমৰ বুৰঞ্জী গোহাঞি বৰুৱা.djvu/৫১: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য
Babulbaishya (আলোচনা | বৰঙণি) |
|||
পৃষ্ঠাৰ স্থিতি | পৃষ্ঠাৰ স্থিতি | ||
- | + | মুদ্ৰণ সংশোধিত | |
পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded): | পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded): | ||
১ নং শাৰী: | ১ নং শাৰী: | ||
সিন্ধু নদ পাৰ হৈ আহি |
সিন্ধু নদ পাৰ হৈ আহি পঞ্জাব জয় কৰে। স্বৰ্গদেৱ চুকাফাৰ সৌমাৰৰ শাসন-কালত, |
||
দিল্লীত দাসবংশী |
দিল্লীত দাসবংশী আণ্টমাচ, ৰকামুদ্দিন, ৰেজিয়া, ব্ৰেহাম, আলাউদ্দিন, নাজিৰুদ্দিন, বুল্বন |
||
এই |
এই কেইজন মুছলমান শাসনকৰ্ত্তাই ৰাজ্য ভোগ কৰিছিল। খ্ৰীঃ ১২৭০ চনৰপৰা ১৩৮০ |
||
চনলৈকে পাঁচজন স্বৰ্গদেৱৰ |
চনলৈকে পাঁচজন স্বৰ্গদেৱৰ আমোলত উজনিৰপৰা নামনিৰ ফালে আহোম ৰাজ্য ক্ৰমাৎ |
||
বিস্তাৰ |
বিস্তাৰ হোৱাৰ সময়ত, সিফালে আৰ্য্যাৱৰ্ত্তত সঘনে মোগল আক্ৰমণ হবলৈ ধৰে। তেতিয়া |
||
দিল্লী ৰাজধানীত খিলিজী বংশৰ জেলাউদ্দিন আৰু আলাউদ্দিন বৰ পৰাক্ৰমী ৰজা আছিল। |
|||
আলাউদ্দিনে ৰাজপুতনা জয় কৰি উঠি, |
আলাউদ্দিনে ৰাজপুতনা জয় কৰি উঠি, চিতোৰ ৰাজ্যৰ অধিপতি ভীমসিংহক আক্ৰমণ |
||
কৰে। সেই আপাহতে, ভীমসিংহৰ কুঁৱৰী পদ্মিনী ৰাণী প্ৰমুখ্যে ভালেমান ৰাজপুত |
কৰে। সেই আপাহতে, ভীমসিংহৰ কুঁৱৰী পদ্মিনী ৰাণী প্ৰমুখ্যে ভালেমান ৰাজপুত |
||
ৰমণীয়ে |
ৰমণীয়ে জলন্ত চিতাত পৰি তনুত্যাগ কৰে। সেই সময়তে দাক্ষিণাত্যতো মুছলমানৰ |
||
আধিপত্য বিস্তাৰ হবলৈ ধৰে, আৰু আলাউদ্দিনৰ সেনাপতি কাফুৰে কৰ্ণাট, |
আধিপত্য বিস্তাৰ হবলৈ ধৰে, আৰু আলাউদ্দিনৰ সেনাপতি কাফুৰে কৰ্ণাট, মালোৱা, |
||
দেবগিৰি |
দেবগিৰি এইবোৰ ৰাজ্য জয় কৰি মুছলমানৰ দখললৈ আনে। |
||
<center>'''১ম, বিষয়াতন্ত্ৰ-শাসন'''</center> |
<center>'''১ম, বিষয়াতন্ত্ৰ-শাসন'''</center> |
||
{{gap}}চুতুফা স্বৰ্গদেৱে চুটিয়া |
{{gap}}চুতুফা স্বৰ্গদেৱে চুটিয়া ৰাজ্য আক্ৰমণ আৰু মন্ত্ৰীসকলৰ ইচ্ছা-বিৰোধী আন ভালেমান |
||
কাৰ্য কৰি ৰাজ্যত অন্যায়-উপদ্ৰৱ কৰাৰ কাৰণে, |
কাৰ্য কৰি ৰাজ্যত অন্যায়-উপদ্ৰৱ কৰাৰ কাৰণে, মন্ত্ৰী আৰু বিষয়াসকল তেওঁৰ ওপৰত |
||
অতিশয় অসন্তুষ্ট হৈছিল। সেইবাবে |
অতিশয় অসন্তুষ্ট হৈছিল। সেইবাবে ৰাজকোঁৱৰসকলৰ ক্ষমতাত আশঙ্কা মানি, মন্ত্ৰীসকলে |
||
চুতুফা স্বৰ্গদেৱৰ পাচত, |
চুতুফা স্বৰ্গদেৱৰ পাচত, খ্ৰীঃ ১৩৭৫ চনৰপৰা ১৩৮০ চনলৈকে, ৰজা নপতাকৈয়ে ৰাজ্য শাসন |
||
কৰিবলৈ |
কৰিবলৈ মনস্থ কৰিছিল। সেই পাঁচ বছৰ ৰজাৰ ডঁৰি নথকাত, শাসনৰ বান্ধ চিলা হৈ, |
||
ৰাজ্যত বহু উৎপাত-অশান্তি হৈছিল। |
ৰাজ্যত বহু উৎপাত-অশান্তি হৈছিল। |
||
<center>'''স্বৰ্গদেৱ |
<center>'''স্বৰ্গদেৱ ত্যাওখাম্থি'''</center> |
||
{{gap}}ওপৰত কোৱা পাঁচ |
{{gap}}ওপৰত কোৱা পাঁচ বছৰকাল বিষয়-তন্ত্ৰ শাসনৰ পাচত, মন্ত্ৰী আৰু আন-আন |
||
বিষয়া |
বিষয়া সকলোৱে মিল হৈ, চুংখাফা স্বৰ্গদেৱৰ সৰু-মাজিউ পুতেক ত্যাওখাম্থি |
||
কোঁৱৰক, |
কোঁৱৰক, খ্ৰীঃ ১৩৮0 চনত, ককায়েকৰ সিংহাসনত তুলি ৰজা পাতি লয়। পিছে, |
||
তেওঁ সিংহাসনত উঠাৰ বছৰ চাৰেকৰ পাচত, |
তেওঁ সিংহাসনত উঠাৰ বছৰ চাৰেকৰ পাচত, মন্ত্ৰী আৰু বিষয়াসকলৰ অসন্মতি |
||
থকাতো, ভ্ৰাতৃ-বৈৰী চুটিয়া ৰজাক প্ৰতিশোধ দিবৰ মনেৰে, তেওঁৰ ৰাজ্য আক্ৰমণ |
|||
কৰেগৈ। |
কৰেগৈ। স্বৰ্গদেৱে সেই আক্ৰমণলৈ যাওঁতে, নিজৰ ৰাজ্যৰ শাসনভাৰ তেওঁৰ |
||
বৰকুঁৱৰীৰ হাতত দি যায়। সেই সময়ত তেওঁৰ সৰুকুঁৱৰী সগৰ্ভা আছিল। |
|||
বৰকুঁৱৰী নিজে অপুত্ৰকা হোৱাৰ কাৰণে, সৰুকুঁৱৰীক পেটে-পেটে তেওঁ হিংসা |
|||
কৰিছিল। পাচলৈ |
কৰিছিল। পাচলৈ সতিনীৰ ল'ৰা ৰজা হ’ব, সেই হিংসাত, ৰজাৰ অনুপস্থিতিৰ |
||
ছেগ লৈ, সৰুকুঁৱৰীক মিছাকৈয়ে কোনো এটা ডাঙৰ অপৰাধত পেলাই বৰকুঁৱৰীয়ে |
|||
তেওঁৰ |
তেওঁৰ প্ৰাণদণ্ডৰ আজ্ঞা দিয়ে। পিছে, বধিবলৈ নিবৰ সময়ত সগৰ্ভা দেখি, বুঢ়া |
||
গোহাঞি ডাঙ্গৰীয়াই গোপনে ভুৰত তুলি সৰুকুঁৱৰীক দিহিঙ্গত উটাই দিলে। |
|||
গােহাঞি আৰীয়াই গােপনে দূৰত তুলি সৰীক মিহি উনাই দিলে। |