পৃষ্ঠা:টেটোন তামুলী.pdf/১৯: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

→‎মুদ্ৰণ সংশোধন কৰা হোৱা নাই: "টেটোন-মুলি। ১ম, চোৰ।বেচ কথা। ভাল ছেগ মিলিছে। উঠা ত..." দি পৃষ্ঠা সৃষ্টি কৰা হ'ল
 
JyotiPN (আলোচনা | বৰঙণি)
পৃষ্ঠাৰ স্থিতিপৃষ্ঠাৰ স্থিতি
-
মুদ্ৰণ সংশোধন কৰা হোৱা নাই
+
মুদ্ৰণ সংশোধিত
পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded):পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded):
১ নং শাৰী: ১ নং শাৰী:

টেটোন-মুলি।
১ম, চোৰ।বেচ কথা। ভাল ছেগ মিলিছে। উঠা তেন্তে।
১ম, চোৰ — বেচ কথা। ভাল ছেগ মিলিছে। উঠাঁ তেন্তে।

টেটেনি।এ, কওঁতেই কল, বােলে, যতৰতে শলা। উঠিবলৈ নেদেখিছা,
টেটেনি — এ, কওঁতেই ক’লা, বােলে, যঁতৰতে শলা। উঠিবলৈ নেদেখিছা,
| চিপ মাৰি কঁকালটো লৰাবই পৰা নাই! উস।
{{gap}}চিপ্‌ মাৰি কঁকালটো লৰাবই পৰা নাই! উস্‌ উস্‌ উস্‌।
২য়, চোৰ।—পিচে ?

টেটোন!জাননা, এতিয়া কাৰ পিঠি পাও ?
২য়, চোৰ —কি “পিঠি পাওঁ” ?
২য়, চোৰ পিচে ?

১ম. চোৰ!-এ, নহয় অ, অর্থৎ তেওঁক বােকোচাত লব লাগে
টেটোন — জানো, এতিয়া কাৰ পিঠি পাওঁ ?
নহয় নে হে।।

টেটোন।-হয়, ঠিক ধৰিলা কথাটো। তােমাৰ বুধিটো বৰ চোকা।
২য়, চোৰ — কি “পিঠি পাওঁ” ?
২য়, চোৰ।“কিয়, মই আছোঁ নহয়। কি কথা আছে, ময়ে লম বাৰু

| বােকোচাত ।
১ম, চোৰএ, নহয় অ, অর্থৎ তেওঁক বােকোচাত লব লাগে;
১ম, চোৰ ।--বেচ কথা। সেইটো হল বাৰু। পিচে, ভিতৰ সোেমাৰ
{{gap}}⸺নহয় নে হে?
| কোটো ?

টেটোন।সেইটো মােকে ধৰি ৰােৱাচোন।
টেটোন — হয়, ঠিক ধৰিলাঁ কথাটো। তােমাৰ বুধিটো বৰ চোকা।
১ম, চোৰ-বাৰু, সােমাবা তুমিয়েই। কিন্তু বন্ধু বাছিব জানিব জানাে।

টেটোন।সেইটো নজনাকৈয়ে নো চোৰৰ বৃত্তিটো মূৰত লৈছে। নে? তথাপি,
২য়, চোৰ — কিয়, মই আছোঁ নহয়। কি কথা আছে, ময়ে লম বাৰু
শুনােচান তােষাৰ বুধিটোও।
{{gap}}বােকোচাত ।
১ম, চোৰ।—মই হলে কৰো কি, এন্ধাৰত খপিয়াই পােৰা ববােৰ

নিয়মীয়াকৈ বজাই চাওঁ। তেহে কেনে দ্বৰৰ বস্তু বুজিব পাৰি।
১ম, চোৰ বেচ কথা। সেইটো হল বাৰু। পিচে, ভিতৰ সোমাব
টেটোন।উঃ, ভাল মিলি গল দেও কথাটো। ময়য় তাকে কৰো
{{gap}}কোন্‌টো ?
২য়, চোৰ।—নিমিলিব কেলেই, দুয়ােজন পা মানুহ।

টেটোন—এ, এতিয়া আৰু পলম কৰাৰ সকাম নাই। ৰাতি ভালেখিনি
টেটোন — সেইটো মােকে ধৰি থোৱাঁচোন।
হৈছে। উঠিব হে লাগে।

১৭ চোৰ। হয় উঠিব হে লাগে।
১ম, চোৰবাৰু, সােমাবাঁ তুমিয়েই। কিন্তু বন্ধু বাছিব জানিব জানাে।
টেটেন-এৰা, উঠোৱা আকৌ

টেটোন — সেইটো নজনাকৈয়ে নো চোৰৰ বৃত্তিটো মূৰত লৈছোঁ নে? তথাপি,
{{gap}}শুনােচান তোমাৰ বুধিটোও।

১ম, চোৰ — মই হলে কৰোঁ কি, এন্ধাৰত খপিয়াই পোৱা বস্তুবােৰ
{{gap}}নিয়মীয়াকৈ বজাই চাওঁ। তেহে কেনে দৰৰ বস্তু বুজিব পাৰি।

টেটোন — উঃ, ভাল মিলি গল দেও কথাটো। ময়ো তাকে কৰোঁ

২য়, চোৰ — নিমিলিব কেলেই, দুয়ােজন পকা মানুহ।

টেটোন — এৰা, এতিয়া আৰু পলম কৰাৰ সকাম নাই। ৰাতি ভালেখিনি
{{gap}}হৈছে। উঠিব হে লাগে।

১ম চোৰ — হয়, উঠিব হে লাগে।

টেটোন — এৰা, উঠোৱাঁ আকৌ?