পৃষ্ঠা:কমতাপুৰ ধ্বংস কাব্য.djvu/২০৪: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

→‎মুদ্ৰণ সংশোধন কৰা হোৱা নাই: "তৃতীয় সর্গ। (কলি) কিয় পথি ! কি কাৰণে “কুউবুউ- কৰি..." দি পৃষ্ঠা সৃষ্টি কৰা হ'ল
 
পৃষ্ঠাৰ স্থিতিপৃষ্ঠাৰ স্থিতি
-
মুদ্ৰণ সংশোধন কৰা হোৱা নাই
+
মুদ্ৰণ সংশোধিত
পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded):পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded):
১ নং শাৰী: ১ নং শাৰী:
তৃতীয় সর্গ।
তৃতীয় সৰ্গ।
(কলি)
(কলি)
কিয় পথি ! কি কাৰণে
কিয় পখি! কি কাৰণে
“কুউবুউ- কৰি ঘনে
“কুউ কুউ কৰি ঘনে
বিৰহিনী তিফতাৰ দহি ছ অন্তৰ
বিৰহিনী তিৰুতাৰ দহিছ অন্তৰ
কোনেনো শি কালে তোক
কোনেনো শিকালে তোক
নে বিষম য় মাত ?
এনে বিষময় মাত?
অভাগিনী ৰমণীক কৰিলি অজ্জৰ ।
অভাগিনী ৰমণীক কৰিলি জৰ্জ্জৰ
মই অতি অভাগিনী,
মই অতি অভাগিনী,
বহু কাল বিৰহিনী,
বহু কাল বিৰহিনী,
পৰাণৰ স্বামী, মোৰ নাই যে ঘৰত r
পৰাণৰ স্বামী, মোৰ নাই যে ঘৰত
কিয় কুউ কুউ কৰি
কিয় কুউ কুউ কৰি
জুলালি পৰাণ মোৰ ?
জুলালি পৰাণ মোৰ?
দয়া৷ মায়। তোৰ, কুলি নাইনে মনত ?
দয়া মায়া তোৰ, কুলি নাইনে মনত?
লগত মলয়াসখী
লগত মলয়া সখী
পালেছি বসন্ত পখি
পালেহি বসন্ত পখি
দেখি মোৰ বনে ঘনে এলিছে পৰাপ
দেখি মোৰ ঘনে ঘনে জ্বলিছে পৰাণ
তয়ো তাতে ‘কু’ কৰি
তয়ো তাতে ‘কু’ কৰি