পৃষ্ঠা:ডেচ্‌দিমোনা কাব্য.djvu/২২: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

→‎মুদ্ৰণ সংশোধন কৰা হোৱা নাই: "ডেচ দিমোনা। = = = = = = == ( 4 ) পুনু কিবা ভাবি মনে, ললে তৰোৱা..." দি পৃষ্ঠা সৃষ্টি কৰা হ'ল
 
পৃষ্ঠাৰ স্থিতিপৃষ্ঠাৰ স্থিতি
-
মুদ্ৰণ সংশোধন কৰা হোৱা নাই
+
মুদ্ৰণ সংশোধিত
পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded):পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded):
১ নং শাৰী: ১ নং শাৰী:
{{center|<poem>( ৪ )
ডেচ দিমোনা।
= =
=
=
=
=
==
( 4 )
পুনু কিবা ভাবি মনে, ললে তৰোৱাল
পুনু কিবা ভাবি মনে, ললে তৰোৱাল
আপোন হাতত তুলি স্বামীয়ে তোমাৰ !
আপোন হাতত তুলি স্বামীয়ে তোমাৰ!
দীঘল খৰ এটি হমুনীয়া কাঢ়ি
দীঘল দুখৰ এটি হুমুনীয়া কাঢ়ি
উলিয়ালে দুচকুত চকুলো দুধাৰ ॥
উলিয়ালে দুচকুত চকুলো দুধাৰ॥
ঘোৰ টোপনিত তুমি ! চাই তোমালাই
ঘোৰ টোপনিত তুমি! চাই তোমালই
বুলিব’ ধৰিলে শোকে, “ওথেলোৰ প্ৰাণ !
বুলিব’ ধৰিলে শোকে, “ওথেলোৰ প্ৰাণ!
“বিশ্বাস ঘাতিনী কিয় হ’ল এনেকুৱা ?
“বিশ্বাস ঘাতিনী কিয় হ’লা এনেকুৱা?
আৰু হ’বা অবিশ্বাসী থাকিলে পৰাণ !!
আৰু হ’বা অবিশ্বাসী থাকিলে পৰাণ!!
শুনাজ্বলিথকা চাকি শোৱানী কোঠাৰ !—
শুনা, জ্বলিথকা চাকি শোৱানী কোঠাৰ!—
তোমাক নুমাওঁ যদি, পুনু ইচ্ছ৷ হ’লে,
তোমাক নুমাওঁ যদি, পুনু ইচ্ছা হ’লে,
জ্বলাব পাৰিম ; কিন্তু জীৱনৰ চাকি
জ্বলাব পাৰিম; কিন্তু জীৱনৰ চাকি
নুমালে প্রিয়ার হায় ! আকউ নজ্বলে !!
নুমালে প্ৰিয়াৰ হায়! আকউ নজ্বলে!!
'চিঙ্গিলে গোলাপপাহি লেৰেলি শুকাব,
'চিঙ্গিলে গোলাপপাহি লেৰেলি শুকাব,
গছত থকাৰ°দৰে আৰু নোগোন্ধাব ॥
গছত থকাৰ দৰে আৰু নোগোন্ধাব॥

( ৫ ) ।
( )
আপোনাৰ মুখখনি ধীৰেৰে চপাই
আপোনাৰ মুখখনি ধীৰেৰে চপাই
আনিলে ওথেলো, ড়েচি ! (৭) লাহৰী গালত
আনিলে ওথেলো, ড়েচি! (৭) লাহৰী গালত
----
( ) ডেচ দিমোনাক সম্বোধনত ‘ডেচি” বোলা হৈছে।
(৭) ডেচ্‌দিমোনাক সম্বোধনত ‘ডেচি” বোলা হৈছে।
</poem>}}