পৃষ্ঠা:Bilati Pitha.pdf/১৪: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

Joli (আলোচনা | বৰঙণি)

পৃষ্ঠাৰ স্থিতিপৃষ্ঠাৰ স্থিতি

মুদ্ৰণ সংশোধিত

বৈধকৃত
পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded):পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded):
১ নং শাৰী: ১ নং শাৰী:
{{gap}}বুঢ়ী— ‘কেলেই আহিছ?’

{{gap}}বনৰজা—‘তোমাৰ গা বেয়া বুলি শুনি আয়ে পঠিয়াইছে’।

বুঢ়ী-- ‘কেলেই আহিছ?’
{{gap}}বুঢ়ী— ‘মোলৈ কি আনিছ?’

বনৰজা-- ‘তোমাৰ গা বেয়া বুলি শুনি আয়ে পঠিয়াইছে’।
{{gap}}বনৰজা— ‘কণী, মৌ আৰু মাখন।’

বুঢ়ী- ‘মোলৈ কি আনিছ?’
{{gap}}বুঢ়ী— ‘ওঁ, দুৱাৰ মেলা আছে, সোমাই আহ।’

বনৰজা ‘কণী, মৌ আৰু মাখন।’
{{gap}}দুৱাৰ মেলি সোমাই গৈয়ে বনৰজাই “হওম্” বুলি বুঢ়ীক খাবলৈ মুখ মেলি খেদি গল।

বুঢ়ী- ‘ওঁ, দুৱাৰ মেলা আছে, সোমাই আহ।’
{{gap}}বুঢ়ীয়ে ভয়তে একে লৰেই ৰান্ধনী ঘৰত দুৱাৰ দাং মাৰি সোমালগৈ।

দুৱাৰ মেলি সোমাই গৈয়ে বনৰজাই “হওম্” বুলি বুঢ়ীক খাবলৈ
{{gap}}বনৰজা নিৰাশ হৈ উলটি আহি মূৰে-গায়ে বুঢ়ীৰ ফটাকঠাখন লৈ পাটিত শুই পৰিল। এনেতে নুমলী আহি দুৱাৰত টুকুৰিয়ালে।

মুখ মেলি খেদি গল।
{{gap}}বনৰজা— “কোন সেয়া?”

বুঢ়ীয়ে ভয়তে একে লৰেই ৰান্ধনী ঘৰত দুৱাৰ দাং মাৰি
{{gap}}নুমলী— ‘মই নুমলী!’

সোমালগৈ।
{{gap}}বনৰজা— ‘ক’ৰ নুমলী?’

বনৰজা নিৰাশ হৈ উলটি আহি মূৰে-গায়ে বুঢ়ীৰ ফটাকঠাখন
{{gap}}নুমলী— 'তোমাৰ নাতিনীয়েৰা।

লৈ পাটিত শুই পৰিল। এনেতে নুমলী আহি দুৱাৰত টুকুৰিয়ালে।
{{gap}}বনৰজা— ‘কেলেই আহিছ?’

বনৰজা- “কোন সেয়া?”
{{gap}}নুমলী— ‘তোমাৰ গা বেয়া বুলি শুনি আয়ে পঠাইছে।

নুমলী- ‘মই নুমলী!’
বনৰজা— ‘ক’ৰ নুমলী?’
{{gap}}বনৰজা— ‘মোলৈ কি আনিছ?’

{{gap}}নুমলী— ‘মৌ, মাখন আৰু কণী।’

নুমলী— 'তোমাৰ নাতিনীয়েৰা।
{{gap}}বনৰজা- “ওঁ, দুৱাৰ মেলা আছে, সোমাই আহ।”

বনৰজা-- ‘কেলেই আহিছ?’
{{gap}}নুমলী দুৱাৰ মেলি সোমাই গ'ল। বনৰজাক বুঢ়ী বুলি ভাবি তাই কলে— “বুঢ়ী আই, তোমাৰ চকু দুটা ইমান ডাঙৰ কিয়?”

নুমলী- ‘তোমাৰ গা বেয়া বুলি শুনি আয়ে পঠাইছে।
{{gap}}বনৰজা— “তেহে তোক ভালকৈ দেখিম।”

বনৰজা- ‘মোলৈ কি আনিছ?’
{{gap}}নুমলী— “তোমাৰ হাত দুখন ইমান দীঘল কিয়?”

নুমলী— ‘মৌ, মাখন আৰু কণী।’
{{gap}}বনৰজা- “তেহে তোক ধৰিব পাৰিম।’’

বনৰজা- “ওঁ, দুৱাৰ মেলা আছে, সোমাই আহ।”
{{gap}}নুমলী— “তোমাৰ দাঁতকেইটা ইমান ডাঙৰ কিয়?”

নুমলী দুৱাৰ মেলি সোমাই গ'ল। বনৰজাক বুঢ়ী বুলি ভাবি তাই
{{gap}}বনৰজা— “তেহে তোক কামুৰিব পাৰিম।”

কলে— “বুঢ়ী আই, তোমাৰ চকু দুটা ইমান ডাঙৰ কিয়?”
{{gap}}এইবুলি বনৰজাই একে জাপে পাটিৰ পৰা নামি গৈ তাইক খাব খুজিলে।

বনৰজা— “তেহে তোক ভালকৈ দেখিম।”
{{gap}}নুমলীয়ে ভয়ত “খালে ঔ” বুলি চিঞৰ মাৰিলে আৰু তাৰ লগে লগে খৰাহীৰ পৰা কণী দুটা লৈ তাৰ দুইটা চকুলৈ মাৰি দিলে।
নুমলী— “তোমাৰ হাত দুখন ইমান দীঘল কিয়?”
বনৰজা- “তেহে তোক ধৰিব পাৰিম।’’
নুমলী— “তোমাৰ দাঁতকেইটা ইমান ডাঙৰ কিয়?”
বনৰজা— “তেহে তোক কামুৰিব পাৰিম।”
এইবুলি বনৰজাই একে জাপে পাটিৰ পৰা নামি গৈ তাইক খাব
খুজিলে।
নুমলীয়ে ভয়ত “খালে ঔ” বুলি চিঞৰ মাৰিলে আৰু তাৰ
লগে লগে খৰাহীৰ পৰা কণী দুটা লৈ তাৰ দুইটা চকুলৈ মাৰি দিলে।