পৃষ্ঠা:Bilati Pitha.pdf/১৩: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য
দিব্য দত্ত (আলোচনা | বৰঙণি) No edit summary |
|||
পৃষ্ঠাৰ স্থিতি | পৃষ্ঠাৰ স্থিতি | ||
- | + | বৈধকৃত | |
পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded): | পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded): | ||
২০ নং শাৰী: | ২০ নং শাৰী: | ||
বনৰজাৰ জিভাৰ পানী পৰিল। সি সুধিলে- ‘তোমাৰ |
বনৰজাৰ জিভাৰ পানী পৰিল। সি সুধিলে- ‘তোমাৰ |
||
বুঢ়ীমাৰ ঘৰনো কেনেকুৱা?’ |
বুঢ়ীমাৰ ঘৰনো কেনেকুৱা?’ |
||
নুমলীয়ে হাঁহি হাঁহি অঙ্গি-ভঙ্গি কৰি আঙুলিয়াই দেখুৱালে— |
{{gap}}নুমলীয়ে হাঁহি হাঁহি অঙ্গি-ভঙ্গি কৰি আঙুলিয়াই দেখুৱালে— |
||
‘সৌটি, সৌটি! হাতী দাঁতৰ ৰুৱা; ৰদ জিলিকে পুৱা।” |
‘সৌটি, সৌটি! হাতী দাঁতৰ ৰুৱা; ৰদ জিলিকে পুৱা।” |
||
বনৰজাই ‘বা-ৰু' বুলি শলাগি বেগাবেগিকৈ আন এটা বাটে |
{{gap}}বনৰজাই ‘বা-ৰু' বুলি শলাগি বেগাবেগিকৈ আন এটা বাটে |
||
গৈ নুমলীৰ বুঢ়ীমাকৰ ঘৰ ওলালগৈ। সি লাহে লাহে দুৱাৰত |
গৈ নুমলীৰ বুঢ়ীমাকৰ ঘৰ ওলালগৈ। সি লাহে লাহে দুৱাৰত |
||
টুকুৰিয়াবলৈ ধৰিলে। নুমলীৰ বুঢ়ী মাকে পাটিত পৰি থাকি সুধিলে |
টুকুৰিয়াবলৈ ধৰিলে। নুমলীৰ বুঢ়ী মাকে পাটিত পৰি থাকি সুধিলে |
||
‘কোন সেয়া? |
‘কোন সেয়া? |
||
বনৰজাই কলে—‘মই নুমলী।’ |
{{gap}}বনৰজাই কলে—‘মই নুমলী।’ |
||
বুঢ়ী- ‘ক’ৰ নুমলী? |
{{gap}}বুঢ়ী- ‘ক’ৰ নুমলী? |
||
বনৰজা— তোমাৰ নাতিনীয়েৰা। |
{{gap}}বনৰজা— তোমাৰ নাতিনীয়েৰা। |