পৃষ্ঠা:সেউজীয়াৰ দৰে.pdf/৩৭: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

JyotiPN (আলোচনা | বৰঙণি)
→‎মুদ্ৰণ সংশোধন কৰা হোৱা নাই: "যন্ত্ৰণা আঙুলিয়াই আছিলোঁ গোটেই ৰাতি জোনটিলৈ পু..." দি পৃষ্ঠা সৃষ্টি কৰা হ'ল
(কোনো পাৰ্থক্য নাই)

২৩:৫৮, ২৮ ডিচেম্বৰ ২০২০ৰ সংস্কৰণ

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

যন্ত্ৰণা আঙুলিয়াই আছিলোঁ গোটেই ৰাতি জোনটিলৈ পুৱাৰাতি নিয়ৰ এটোপাল হৈ গোপনে সৰিল তেতিয়ালৈ শিল হৈ পৰিছিল মোৰ নিমাখিত আঙুলি সেউজীয়াৰ দৰে / ৩২