পৃষ্ঠা:সেউজীয়াৰ দৰে.pdf/৩০: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

JyotiPN (আলোচনা | বৰঙণি)
→‎মুদ্ৰণ সংশোধন কৰা হোৱা নাই: "এখন চিঠি সদায় ভাবি থাকো কবিজনে নিলিখে ভাত নাখায..." দি পৃষ্ঠা সৃষ্টি কৰা হ'ল
(কোনো পাৰ্থক্য নাই)

২৩:৫৬, ২৮ ডিচেম্বৰ ২০২০ৰ সংস্কৰণ

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

এখন চিঠি সদায় ভাবি থাকো কবিজনে নিলিখে ভাত নাখায় খোজ নাকাঢ়ে-কবি হেনো ঠিকনা বিহীন দুখৰ সমীৰত মুখ গুজি সুখৰ সপোন কঢ়িয়াই ফুৰে কবিয়ে কলম কামূৰি আকাশ খনত খেপিয়াই খেপিয়াই বিচাৰি আনে মেঘ-ভৈৰৱী এদিনৰ কথা শেষত মাথো কবিৰ বেগটো অছিল বেগত আছিল শুই কবিৰ হেজাৰ দিনৰ টোপনি এশবাৰ কাটি কুটি লিখা এখন প্ৰেমৰ চিঠি...... সেউজীয়াৰ দৰে / ২৫