পৃষ্ঠা:তাম্ৰেশ্বৰীৰ মন্দিৰ.pdf/৮৬: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

[বট সম্পাদনা] নিকাকৰণ
 
পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded):পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded):
৮ নং শাৰী: ৮ নং শাৰী:
ঘৰি গল। যুজত মৰাসকলৰ ঘৰত দেই নিশা অলপ অচৰপ কান্দোন

কাটন হলেও এই বীৰসকলে নিজ দেশৰ হকে যুজত প্ৰাণ দিছে

এই গৌৰৱত সেইসকলৰ পৰিয়ালসকলে শোক পাতলাইছিল।

ধন্য সেই কালৰ শদিয়াবাসী অসমীয়াৰ বিশেষ আহোম আৰু চুতীয়া

সকলৰ বীৰত্ব।
সকলৰ বীৰত্ব।

{{center|None but the brave weds the fair.}}

১৬ নং শাৰী: ১৬ নং শাৰী:
{{center|৩৩}}
{{center|৩৩}}

{{gap}}আজি কালি কৰি মানৰ যুজ হৈ যাবৰ তিনি মাহ হল।

শদিয়াখোৱা গোঁহাইদেৱে চোৰাংচোৱাৰ মুখে শুনিলে যে ৺চন্দ্ৰকান্ত

সিংহ ৺পুৰন্দৰ সিংহ দুয়োজনা ৰজা আৰু ডাঙৰীয়া সকলো উজনি