পৃষ্ঠা:তাম্ৰেশ্বৰীৰ মন্দিৰ.pdf/৮৫: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

[বট সম্পাদনা] নিকাকৰণ
 
পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded):পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded):
২১ নং শাৰী: ২১ নং শাৰী:
সকলোবিলাক কথা যথাযথ কবলৈ দিয়াত বীৰ তিনিওজনে যুজৰ বাতৰি

অসমীয়াৰ জয়, মানৰ পলায়ন সমস্ত বৰ্ণালে। মানে যে এইফালৰ

অসমীয়াক মত্তক অৰ্থাৎ বৰ বলী বীৰ বুলি শলাগি গল ইয়াকো জনালে।

যুজৰ কথা কওঁতে কমলেশ্বৰ ধনেশ্বৰৰ বীৰত্বৰ বিশেষ প্ৰশংসা কৰি

কইছিল যে ধনেশ্বৰ চুতীয়া হলেও তেওঁ কোনো অংশে এজন যুজাৰু