পৃষ্ঠা:তাম্ৰেশ্বৰীৰ মন্দিৰ.pdf/৮১: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

[বট সম্পাদনা] নিকাকৰণ
 
পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded):পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded):
১ নং শাৰী: ১ নং শাৰী:
{{gap}}বৈষ্ণবী — “সেই বিলাক বিষয় বাবা! তুমি একো নাভাবিবা।
{{gap}}বৈষ্ণবী — “সেই বিলাক বিষয় বাবা! তুমি একো নাভাবিবা।
তুমি সম্পূৰ্ণ আৰোগ্য নোহোৱা মানে মই আহি থাকিম। আজিলৈ
তুমি সম্পূৰ্ণ আৰোগ্য নোহোৱা মানে মই আহি থাকিম। আজিলৈ
আহোঁহে। ”
আহোঁহে।”


{{gap}}লাংফাই — “এৰা আই! আহি থাকিবা দেই। মোৰ তোমাক
{{gap}}লাংফাই — “এৰা আই! আহি থাকিবা দেই। মোৰ তোমাক
সুধিবলগীয়া বহু কথা আছে।” ইয়াৰ পিছতে বৈষ্ণবী সেই দিনালৈ
সুধিবলগীয়া বহু কথা আছে। ” ইয়াৰ পিছতে বৈষ্ণবী সেই দিনালৈ
মন্দিৰলৈ উলটি আহিল।
মন্দিৰলৈ উলটি আহিল।


{{center|৩০}}
{{center|৩০}}


{{gap}}তাৰ পিছদিনাও বৈষ্ণবী সেইদৰে লাংফাইৰ ঘৰলৈ গল, আৰু
{{gap}}তাৰ পিছদিনাও বৈষ্ণবী সেইদৰে লাংফাইৰ ঘৰলৈ গল, আৰু
সেইদিনা দেখে লাংফাই প্ৰায় আৰোগ্য হৈছে।
সেইদিনা দেখে লাংফাই প্ৰায় আৰোগ্য হৈছে।


{{gap}}লাংফায়ে সুধিলে — “বাৰু কোৱাচোঁ আই! তুমি আগৰ কৰ
{{gap}}লাংফায়ে সুধিলে — “বাৰু কোৱাচোঁ আই! তুমি আগৰ কৰ
১৭ নং শাৰী: ১৭ নং শাৰী:
{{gap}}বৈষ্ণবী — “দেউৰী বাবা; মই আগৰ অসমীয়া মানুহ। মই
{{gap}}বৈষ্ণবী — “দেউৰী বাবা; মই আগৰ অসমীয়া মানুহ। মই
দুখিত আতুৰক সহায় কৰা, পিয়াহ লগাক পানী দিয়া, এনেকুৱা ধৰম
দুখিত আতুৰক সহায় কৰা, পিয়াহ লগাক পানী দিয়া, এনেকুৱা ধৰম
লই ঘৰ-দুৱাৰ এৰি এইদৰে দেশে দেশে ফুৰিছো।”
লই ঘৰ-দুৱাৰ এৰি এইদৰে দেশে দেশে ফুৰিছো। ”


{{gap}}লাংফাই — “আই! তোৰ কথাবিলাক বৰ ভাল লাগিছে। বাৰু
{{gap}}লাংফাই — “আই! তোৰ কথাবিলাক বৰ ভাল লাগিছে। বাৰু