পৃষ্ঠা:তাম্ৰেশ্বৰীৰ মন্দিৰ.pdf/৭৭: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

[বট সম্পাদনা] নিকাকৰণ
 
পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded):পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded):
১ নং শাৰী: ১ নং শাৰী:
ধনেশ্বৰক সাবোট মাৰি ধৰি চকুৰ পানীৰে তাৰ মূৰ তিয়াই কলে :—

“বাছা! তামাৰ মাইৰ কৃপাত, দেউতা ঈশ্বৰৰ অনুগ্ৰহত ৰক্ষা পৰিলি।

ইয়াৰ পিছতে ষাঁড়ৰ খেলৰ সমস্ত চুতীয়া মানুহেই ধনেশ্বৰক আগত

লই শঃ খোঃ গোঁহাইৰ ঘৰ পালেগৈ — আৰু তাত গৈ শঃ খোঃ

গোঁহাইৰ ভৰিত সকলোৱেই সাষ্টাঙ্গে দণ্ডবৎ দি কলে :— “দেউতা

ঈশ্বৰে আমাৰ ধনেশ্বৰক ভাল ৰক্ষা কৰিলে। দেউতা ঈশ্বৰক ভগৱন্তে

ভালে-কুশলে ৰাখক, দেউতা ঈশ্বৰ অমৰ হওক।” ফুলেশ্বৰী আইদেৱে
ভালে-কুশলে ৰাখক, দেউতা ঈশ্বৰ অমৰ হওক। ” ফুলেশ্বৰী আইদেৱে
ভিতৰৰপৰা ওলাই আহি দেউতাকৰ গলত সাবোট মাৰি ধৰি

কলে :— “দেউতা আপুনি মোৰ গোহাৰিটো ৰাখিলে।” এই বুলি
কলে :— “দেউতা আপুনি মোৰ গোহাৰিটো ৰাখিলে। ” এই বুলি
কই দেউতাকক চুমা এটা খালে। শঃ খোঃ গোঁহাইদেৱে কলে — “বাছা!

ধনেশ্বৰ ৰক্ষা পোৱাৰ গুৰিত আমাৰ কমলেশ্বৰ বপাও আছে। বলেৰে

টানি নিব নোৱাৰি সেই বামাচাৰী বঙালটোৱে ধনেশ্বৰক চুৰীৰে মাৰিব

আহিছিল আৰু কমলেশ্বৰ বপাই মোৰ ইঙ্গিতত সেই বামাচাৰীটোক

একে ঘায়ে নকটাহেঁতেন ধনেশ্বৰৰ প্ৰাণৰ আশঙ্কা বাৰুকৈয়ে আছিল।

কমলেশ্বৰ গোঁহায়ে তললৈ মূৰ কৰিলে। ধনেশ্বৰে ফুলেশ্বৰী আইদেউক,

শদিয়াখোৱা গোঁহাইদেউক আকৌ সাষ্টাঙ্গে দণ্ডবৎ দি সেৱা কৰিলে —

কমলেশ্বৰ আৰু কনকেশ্বৰ গোঁহাই উভয়ৰে আগত আঠু লৈ সেৱা

কৰিলে — উভয়ে ধনেশ্বৰক সাবোট মাৰি ধৰি তুলি কলে :— “ভাই ধনেশ্বৰ!

তুমিতো এতিয়াৰেপৰা আমাৰ লগৰে আহোম এজন হলা।”
তুমিতো এতিয়াৰেপৰা আমাৰ লগৰে আহোম এজন হলা। ”

{{gap}}এইবিলাক সাদৰ সম্ভাষণৰ পিছত শাঃ খোঃ গোঁহায়ে সকলোকে

বিদায় দিলে, সকলোবিলাক ঘৰা-ঘৰি গল।
বিদায় দিলে, সকলোবিলাক ঘৰা-ঘৰি গল।

{{center|২৯}}
{{center|২৯}}