পৃষ্ঠা:তাম্ৰেশ্বৰীৰ মন্দিৰ.pdf/৬৯: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

[বট সম্পাদনা] নিকাকৰণ
 
পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded):পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded):
১ নং শাৰী: ১ নং শাৰী:
{{gap}}বৈষ্ণবী — “৯ খিলা ভূজপত্র অনাওক। কুঙ্কুম গােৰােকচনা আৰু
{{gap}}বৈষ্ণবী — “৯ খিলা ভূজপত্ৰ অনাওক। কুঙ্কুম গোৰোকচনা আৰু
এটা খাগৰিৰ কাপ অনাওক। তিনিটা ৭/৮ বছৰীয়া লৰা আনক!
এটা খাগৰিৰ কাপ অনাওক। তিনিটা ৭/৮ বছৰীয়া লৰা আনক!
দুচটা বাঁহৰ কামি অনাওক।”
দুচটা বাঁহৰ কামি অনাওক। ”


{{gap}}বৈষ্ণবীৰ কথামতে শদিয়াখােৱা গোঁহাইদেৱে ততালিকে চাও-
{{gap}}বৈষ্ণবীৰ কথামতে শদিয়াখোৱা গোঁহাইদেৱে ততালিকে চাও-
ডাঙৰ হতুৱাই এইবিলাক অনােৱাই দিলে । তেতিয়া বৈষ্ণবীয়ে সেই
ডাঙৰ হতুৱাই এইবিলাক অনোৱাই দিলে। তেতিয়া বৈষ্ণবীয়ে সেই
৯ খান ভূজপত্ৰত কমলেশ্বৰ গোঁহাইদেৱকে আদি কৰি ৯ জন ডেকাৰ
৯ খান ভূজপত্ৰত কমলেশ্বৰ গোঁহাইদেৱকে আদি কৰি ৯ জন ডেকাৰ
নাম কুঙ্কুম গােৰােকচনাৰে লেখোৱালে। তাৰ পিছত কলে :—
নাম কুঙ্কুম গোৰোকচনাৰে লেখোৱালে। তাৰ পিছত কলে :—
“দেউতা ঈশ্বৰ! বামাচাৰী তান্ত্রিকে কৰি দেখুৱা পৰীক্ষা দুটাকে
“দেউতা ঈশ্বৰ! বামাচাৰী তান্ত্ৰিকে কৰি দেখুৱা পৰীক্ষা দুটাকে
মই কৰি দেখুৱাওঁ। দেউতা ঈশ্বৰে আদেশ কৰক কাৰ নাম তােলাই
মই কৰি দেখুৱাওঁ। দেউতা ঈশ্বৰে আদেশ কৰক কাৰ নাম তোলাই
দিব লাগে।”
দিব লাগে। ”


{{gap}}শদিয়াখােৱা গোঁহাইদেৱ — “বাৰু আমাৰ কমলেশ্বৰ গোঁহাইদেৱৰ
{{gap}}শদিয়াখোৱা গোঁহাইদেৱ — “বাৰু আমাৰ কমলেশ্বৰ গোঁহাইদেৱৰ
নামকে তােলাই দিয়াচোন।” শদিয়াখােৱা গোঁহাইদেৱৰ আদেশত
নামকে তোলাই দিয়াচোন। ” শদিয়াখোৱা গোঁহাইদেৱৰ আদেশত
এটাইবিলাক ৰাইজে মিচিকিয়া হাঁহি মাৰিলেও একবােৰে নিজম হল।
এটাইবিলাক ৰাইজে মিচিকিয়া হাঁহি মাৰিলেও একবোৰে নিজম হল।
বৈষ্ণবীয়ে ৮ বছৰীয়া লৰা এটা অনাই তাৰ চকুত ৭ তৰপ কাপােৰ
বৈষ্ণবীয়ে ৮ বছৰীয়া লৰা এটা অনাই তাৰ চকুত ৭ তৰপ কাপোৰ
বান্ধিলে; তাৰ পিছত তাৰ মূৰৰপৰা ভৰিলৈকে তাৰ গা নােচোৱাকৈ
বান্ধিলে; তাৰ পিছত তাৰ মূৰৰপৰা ভৰিলৈকে তাৰ গা নোচোৱাকৈ
তেওঁৰ হাত দুখন বুলালে। তাৰ পিছত শদিয়াখোৱা গোঁহাইদেৱৰ
তেওঁৰ হাত দুখন বুলালে। তাৰ পিছত শদিয়াখোৱা গোঁহাইদেৱৰ
হতুৱায়ে ভূজপত্ৰ কেইখান সান-মিহলি কৰাই সেই লৰাটোৰ হাতত
হতুৱায়ে ভূজপত্ৰ কেইখান সান-মিহলি কৰাই সেই লৰাটোৰ হাতত
দিয়াই বৈষ্ণবীয়ে কলে — তই বাওঁহাতত সেইভূজপত্র কেইখিলা লই
দিয়াই বৈষ্ণবীয়ে কলে — তই বাওঁহাতত সেইভূজপত্ৰ কেইখিলা লই
সোঁহাতেৰে তাৰে এখিলা লই দেউতা ঈশ্বৰৰ হাতত দে। আদেশ
সোঁহাতেৰে তাৰে এখিলা লই দেউতা ঈশ্বৰৰ হাতত দে। আদেশ
দিয়া মাত্রেই সেই লৰাটোৱে এখিলা ভূজপত্র শদিয়াখােৱা গোঁহাই-
দিয়া মাত্ৰেই সেই লৰাটোৱে এখিলা ভূজপত্ৰ শদিয়াখোৱা গোঁহাই-
দেৱৰ হাতত দিলে। শদিয়াখােৱা গোঁহাইদেৱে যে চায়, সেইখান
দেৱৰ হাতত দিলে। শদিয়াখোৱা গোঁহাইদেৱে যে চায়, সেইখান
কমলেশ্বৰ গোঁহাইৰ নামৰ। ৰাইজক শদিয়াখােৱা গোঁহাইদেৱে জনালে —
কমলেশ্বৰ গোঁহাইৰ নামৰ। ৰাইজক শদিয়াখোৱা গোঁহাইদেৱে জনালে —
ৰাইজ চাওকহি মই কমলেশ্বৰ গোঁহাইদেৱৰ নামকে তুলিবলৈ কৈছিলো
ৰাইজ চাওকহি মই কমলেশ্বৰ গোঁহাইদেৱৰ নামকে তুলিবলৈ কৈছিলো
বৈষ্ণবীয়ে তেওঁৰে নাম তােলাই দিলে। ভূজপত্রখান মুখীয়ালসকলে
বৈষ্ণবীয়ে তেওঁৰে নাম তোলাই দিলে। ভূজপত্ৰখান মুখীয়ালসকলে
চোৱাঁহি”। গোঁহাইদেৱৰ আদেশ মতে ১০/১২ জন বৃদ্ধ চুতীয়া, দেউৰী
চোৱাঁহি”। গোঁহাইদেৱৰ আদেশ মতে ১০/১২ জন বৃদ্ধ চুতীয়া, দেউৰী
আহােমে আহি চালে — চাই আচৰিত হল — সকলো ৰাইজে জানিলে
আহোমে আহি চালে — চাই আচৰিত হল — সকলো ৰাইজে জানিলে
যে বামাচাৰী তান্ত্রিকে কৰা পৰীক্ষাৰ দৰে বৈষ্ণবীয়েও যাৰ নাম
যে বামাচাৰী তান্ত্ৰিকে কৰা পৰীক্ষাৰ দৰে বৈষ্ণবীয়েও যাৰ নাম
তুলিবলৈ দিলে তাকে তােলালে। তাৰ পিছত বৈষ্ণবীয়ে তিনিওটা
তুলিবলৈ দিলে তাকে তোলালে। তাৰ পিছত বৈষ্ণবীয়ে তিনিওটা
লৰাকে আকৌ সেইদৰে চকুত কাপােৰ বন্ধোৱাই, সিহঁতৰ গাত মূৰৰপৰা
লৰাকে আকৌ সেইদৰে চকুত কাপোৰ বন্ধোৱাই, সিহঁতৰ গাত মূৰৰপৰা
ভৰিলৈকে হাত বুলনি দি দুটা লৰাক কামি দুডাল দুইও মূৰে ধৰিব
ভৰিলৈকে হাত বুলনি দি দুটা লৰাক কামি দুডাল দুইও মূৰে ধৰিব
দিলে। তৃতীয় লৰাটোৰ হতুৱাই ভূজপত্র কেখিলা এখিলা এখিলাকৈ
দিলে। তৃতীয় লৰাটোৰ হতুৱাই ভূজপত্ৰ কেখিলা এখিলা এখিলাকৈ
দুয়ো কামিৰ সোঁমাজতে দিয়াব ধৰিলে, ৫/৬ খিলা মান সৰকি মাটিত
দুয়ো কামিৰ সোঁমাজতে দিয়াব ধৰিলে, ৫/৬ খিলা মান সৰকি মাটিত