পৃষ্ঠা:তাম্ৰেশ্বৰীৰ মন্দিৰ.pdf/৫৯: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

[বট সম্পাদনা] নিকাকৰণ
 
পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded):পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded):
১৬ নং শাৰী: ১৬ নং শাৰী:


{{gap}}কমলেশ্বৰ — “বুঢ়া, বুৰঞ্জীৰ মুখে শুনিছো নৈখান হেনো গই
{{gap}}কমলেশ্বৰ — “বুঢ়া, বুৰঞ্জীৰ মুখে শুনিছো নৈখান হেনো গই
সাগৰত পৰিছে।”
সাগৰত পৰিছে। ”


{{gap}}ফুলেশ্বৰী — “কব পাৰানে সাগৰখননো কেনেকুৱা, কিমান দূৰ।”
{{gap}}ফুলেশ্বৰী — “কব পাৰানে সাগৰখননো কেনেকুৱা, কিমান দূৰ। ”


{{gap}}কমলেশ্বৰ — “সাগৰখনতো মই নিজে দেখা নাই। মানুহৰ মুখে
{{gap}}কমলেশ্বৰ — “সাগৰখনতো মই নিজে দেখা নাই। মানুহৰ মুখে
শুনিছোঁ। সাগৰখন হেনো অপাৰ, ইপাৰৰ পৰা সিপাৰ নেদেখি।
শুনিছোঁ। সাগৰখন হেনো অপাৰ, ইপাৰৰ পৰা সিপাৰ নেদেখি।
শেহত হেনো ওপৰৰ সৰগে আৰু সাগৰে লগ-লগা যেন দেখি।”
শেহত হেনো ওপৰৰ সৰগে আৰু সাগৰে লগ-লগা যেন দেখি। ”


{{gap}}ফুলেশ্বৰী — “বাৰু কওকচোন নৈখাননো কৰ পৰা ওলাইছে?”
{{gap}}ফুলেশ্বৰী — “বাৰু কওকচোন নৈখাননো কৰ পৰা ওলাইছে?”


{{gap}}কমলেশ্বৰ — “আমাৰ এই ব্ৰহ্মপুত্ৰ নদীটো হেনো সৌ হিমালয়
{{gap}}কমলেশ্বৰ — “আমাৰ এই ব্ৰহ্মপুত্ৰ নদীটো হেনো সৌ হিমালয়
পৰ্ব্বতৰপৰা ওলাই বাগৰি বই বই সাগৰ পাইছেগৈ।”
পৰ্ব্বতৰপৰা ওলাই বাগৰি বই বই সাগৰ পাইছেগৈ। ”


{{gap}}ফুলেশ্বৰী — “বাৰু কওকচোন নদ-টোনো কিয় পৰ্ব্বতৰপৰা ওলাল
{{gap}}ফুলেশ্বৰী — “বাৰু কওকচোন নদ-টোনো কিয় পৰ্ব্বতৰপৰা ওলাল
৩৬ নং শাৰী: ৩৬ নং শাৰী:
থকা গছ, বৃক্ষ, মানুহ, গৰু, পশু, পক্ষী এই সকলে পানী কৰপৰা
থকা গছ, বৃক্ষ, মানুহ, গৰু, পশু, পক্ষী এই সকলে পানী কৰপৰা
পালেহেতেন। এই নদে সকলোকে পানী দি, ঠাই উৰ্ব্বৰা কৰি
পালেহেতেন। এই নদে সকলোকে পানী দি, ঠাই উৰ্ব্বৰা কৰি
সুশীতল বতাহ দি সমস্তকে সজীৱ ৰাখি সুখী কৰিছে।”
সুশীতল বতাহ দি সমস্তকে সজীৱ ৰাখি সুখী কৰিছে। ”