পৃষ্ঠা:তাম্ৰেশ্বৰীৰ মন্দিৰ.pdf/৫৩: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

[বট সম্পাদনা] নিকাকৰণ
 
পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded):পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded):
১২ নং শাৰী: ১২ নং শাৰী:
যে ৰাজদ্ৰোহত নপৰা, অথবা মৃত্যুদণ্ড দণ্ডিত হব লগা অপৰাধীত

বাজে তামাৰ মাইৰ সন্তোষৰ অৰ্থেহে নিৰপৰাধী আগলৈ উঠি অহা

ডেকা এজনক বলি দিয়া কাৰ্য্যটোৱেই নিষ্ঠুৰ, অন্যায় আৰু পাপপূৰ্ণ।

সি যি কাৰসাজিত দেওপৰীক্ষাত বলিত পৰিছে এই কথা মই শঃ খোঃ

গোঁহাইদেউতাৰ আগত, সকলো ৰাইজৰ আগত প্ৰমাণ কৰিম।

কিন্তু সদ্যহতে দেউতাই গাভৰুদেৱক এইফেৰা খাটনি কৰি থব লাগে।”
কিন্তু সদ্যহতে দেউতাই গাভৰুদেৱক এইফেৰা খাটনি কৰি থব লাগে। ”

{{gap}}কমলেশ্বৰ — “বাৰু মই ফুলেশ্বৰী গাভৰুক আজিয়েই হওক বা

কাইলৈকে হওক এইটো কথা মই খাটিম।”
কাইলৈকে হওক এইটো কথা মই খাটিম। ”

{{gap}}বৈষ্ণবী — “ভাল দেউতা! ঈশ্বৰ কৃষ্ণই আপোনাক ফুলেশ্বৰী

আইদেৱে সৈতে শুভ-পৰিণয় কৰাওক। অপোনাক মানৰ যুজত

জিকাওক। আপোনাৰ ধনে-জনে পদে-মৰ্য্যদাই উন্নতি বিধান কৰক।

মই দুখুনী বৈষ্ণবীয়ে ইয়াত পৰ আৰু কি দিব পাৰো। দেউতা

এতিয়া আহিবহে খোজো।”
এতিয়া আহিবহে খোজো। ”

{{gap}}কমলেশ্বৰ — ‘মাতৃ! যোৱাৰ আগেয়ে আৰু এটি সুমধুৰ গীত