পৃষ্ঠা:তাম্ৰেশ্বৰীৰ মন্দিৰ.pdf/৫০: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

[বট সম্পাদনা] নিকাকৰণ
 
পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded):পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded):
৭ নং শাৰী: ৭ নং শাৰী:
আছিল। তেওঁ শদিয়াখোৱা গোঁহাইৰ সেনাপতি আৰু শাসন

কাৰ্য্যত, ৰণত, তেওঁ শঃ খোঃ গোঁহাইৰ সোঁহাতৰ দৰে আছিল;

বংশ গৌৰৱত তেওঁ শদিয়াখোৱা গোঁহাইৰ প্ৰায় সমানে আছিল।

তেওঁৰ পিতৃও শদিয়াখোৱা গোঁহাইদেৱৰ মেলৰ প্ৰধান মেলুৱৈ

আছিল।
আছিল।

{{gap}}শদিয়াখোৱ গোঁহাইদেৱৰ ফুলেশ্বৰী আইদেৱ নামৰ জীয়াৰী

১৮ নং শাৰী: ১৮ নং শাৰী:
আৰু তেওঁলোক উভয়ে মাজে সময়ে ফুলনিত বা চৰাঘৰত দেখা-দেখি

হৈ কথা-বতৰা হোৱাতো একো নকইছিল। উভয়ৰে পিতৃ-মাতৃসকলে

উভয়কে বিবাহ বন্ধনেৰে মিলিত কৰিবৰ ইচ্ছা কৰিছিল।

{{gap}}যি সময়ত বৈষ্ণবী গই কমলেশ্বৰ গোঁহাইদেৱৰ আগ চোতালত

থিয় দিছিল সেই সময়ত গোঁহায়ে অকলৈ একান্ত মনেৰে এখান

পত্ৰ পঢ়ি আছিল। পত্ৰখান পঢ়ি উঠি মূৰ দাঙিয়েই বৈষ্ণবীক দেখা

পাই আথে বেথে এখন চতিয়া ঢাৰি পতাই দি বৈষ্ণবীক বহুৱালে।

বৈষ্ণবীয়ে “প্ৰভু প্ৰাণ কৃষ্ণ” বুলি ঢাৰিত বহি কলে :— “দেউতা

মই আজি আপোনাৰ ওচৰলৈ ভিক্ষা মাগিবলৈ আহিলো। দুখুনীক