পৃষ্ঠা:তাম্ৰেশ্বৰীৰ মন্দিৰ.pdf/৪৮: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

[বট সম্পাদনা] নিকাকৰণ
 
পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded):পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded):
১৫ নং শাৰী: ১৫ নং শাৰী:
এইদৰে কাম কাজ কৰি উদাস মনেৰে মনত শোকে সৈতে ঘৰৰ
এইদৰে কাম কাজ কৰি উদাস মনেৰে মনত শোকে সৈতে ঘৰৰ
যি আৰু অলপ বন-বাৰি আছিল, তাকো কৰি এটাই যতৰত সূতা
যি আৰু অলপ বন-বাৰি আছিল, তাকো কৰি এটাই যতৰত সূতা
কাটিবলৈ ধৰিলে।
কাটিবলৈ ধৰিলে।


{{gap}}তাই এইদৰে সূতা কাটি থাকোঁতেই গাঁৱৰ ফালৰপৰা মনেশ্বৰ
{{gap}}তাই এইদৰে সূতা কাটি থাকোঁতেই গাঁৱৰ ফালৰপৰা মনেশ্বৰ
২১ নং শাৰী: ২১ নং শাৰী:
আহিছোঁ তোৰ লগত আষাৰচেৰেক কথা পাতিবলৈ?”
আহিছোঁ তোৰ লগত আষাৰচেৰেক কথা পাতিবলৈ?”


{{gap}}আঘণী — “বাৰু কি কব খুজিছ ক।”
{{gap}}আঘণী — “বাৰু কি কব খুজিছ ক। ”


{{gap}}মনেশ্বৰ — “বাৰু কচোন আঘণী; তইনো মোক কেলেই ভাল
{{gap}}মনেশ্বৰ — “বাৰু কচোন আঘণী; তইনো মোক কেলেই ভাল
নাপাৱ? মই দেখেন তোক ভাল পাওঁ।”
নাপাৱ? মই দেখেন তোক ভাল পাওঁ। ”


{{gap}}আঘণী — “কিয় ভাল নাপাওঁ মই কব নোৱাৰোঁ।”
{{gap}}আঘণী — “কিয় ভাল নাপাওঁ মই কব নোৱাৰোঁ। ”


{{gap}}মনেশ্বৰ — “তই সঁচাকৈয়ে মোক ভাল নাপাৱনে?”
{{gap}}মনেশ্বৰ — “তই সঁচাকৈয়ে মোক ভাল নাপাৱনে?”


{{gap}}আঘণী — “সঁচাকৈয়ে ভাল নাপাওঁ।”
{{gap}}আঘণী — “সঁচাকৈয়ে ভাল নাপাওঁ। ”


{{gap}}মনেশ্বৰ — “তই ধনেশ্বৰক ভাল পাৱ নহয়নে?”
{{gap}}মনেশ্বৰ — “তই ধনেশ্বৰক ভাল পাৱ নহয়নে?”


{{gap}}আঘণী — “এৰা মই ধনেশ্বৰক ভাল পাওঁ।”
{{gap}}আঘণী — “এৰা মই ধনেশ্বৰক ভাল পাওঁ। ”


{{gap}}মনেশ্বৰ — “তই জানো আৰু ইহ জনমত ধনেশ্বৰক পাবি?
{{gap}}মনেশ্বৰ — “তই জানো আৰু ইহ জনমত ধনেশ্বৰক পাবি?
সি তামাৰ মাইৰ আগত বলিত যাব।”
সি তামাৰ মাইৰ আগত বলিত যাব। ”