পৃষ্ঠা:তাম্ৰেশ্বৰীৰ মন্দিৰ.pdf/৪৭: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

[বট সম্পাদনা] নিকাকৰণ
 
পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded):পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded):
৬ নং শাৰী: ৬ নং শাৰী:
এজন চুতীয়া ডেকাক শিকাই বুজাই লওঁতে অন্ততঃ দুই তিনি মাহ

লাগিব; ইয়াৰ ভিতৰতে যদি কেনেবাকৈ মানে আহি শদিয়া আক্ৰমণ

কৰে তেনেহলে মোৰ পক্ষে শদিয়া ৰক্ষা কৰা টান হব পাৰে।”
কৰে তেনেহলে মোৰ পক্ষে শদিয়া ৰক্ষা কৰা টান হব পাৰে। ”

{{gap}}শদিয়াখোৱা গোঁহাইদেৱে কলে :— “কি কৰিবা বপা! সি দেও

পৰীক্ষাত পৰিল যেতিয়াই তাক কেনেকৈ ৰাখিম।”
পৰীক্ষাত পৰিল যেতিয়াই তাক কেনেকৈ ৰাখিম। ”

{{gap}}কমলেশ্বৰ — “কিয় দেউতা ঈশ্বৰ; সি আহোম হৈছে নহয় সি

২১ নং শাৰী: ২১ নং শাৰী:
পৰিছে তেতিয়াই তাক ৰাখিবলৈ গলেও হুলস্থল লাগিব, আন

কি প্ৰজাও বিদ্ৰোহী হৈ উঠিব পাৰে। সেই দেখি বপা; সদ্যহতে

মই একো কৰিব নোৱাৰো।”
মই একো কৰিব নোৱাৰো। ”

{{gap}}শদিয়াখোৱা গোঁহাইৰ উত্তৰত কমলেশ্বৰ সেনাপতি মনে মনে

ৰল॥
ৰল।।

{{gap}}পুতেকক সেইদৰে দেউৰীসকলে বলেৰে টানি লৈ যোৱা দেখি

৩০ নং শাৰী: ৩০ নং শাৰী:
সেই তান্ত্ৰিক বঙালটোৱে কিবা চালাকি কৰি কুট্ মন্ত্ৰ আৰু যাদু

কৰি মোৰ বাছাক অন্যায়কৈ বলিত পেলালে ঔ” বুলি মুৰ্চ্ছা গই

পৰিল। তেওঁক আনবিলাক চুতীয়াই ধৰা-ধৰি কৰি ঘৰলৈ লই গল।

ধনেশ্বৰে নিৰ্ভীক মনেৰে, এটা দৃঢ় প্ৰতিজ্ঞাৰ ভাবেৰে দেউৰীহঁতৰ লগত

একো টনা আজোৰা, যুজ-বাগৰ নকৰাকৈ গল। দেউৰীসকলে তেওঁক