পৃষ্ঠা:তাম্ৰেশ্বৰীৰ মন্দিৰ.pdf/৪৫: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

[বট সম্পাদনা] নিকাকৰণ
 
পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded):পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded):
১ নং শাৰী: ১ নং শাৰী:
ধনেশ্বৰ চুতীয়াই দুহেজাৰ আহোম, আৰু ২০০০ দুহেজাৰ চুতীয়া

ডেকাক কাঁড় মৰা, হিলৈ মৰা, ঢাল-বাৰু খেলা, জাঠি চলোৱা,

কুচ কাজ কৰা, ইত্যাদি যুদ্ধ-বিদ্যা শিকাই অৰ্পিত কৰিলে।

দেৱী পূজালৈ আৰু এমাহ মাথোন আছে। তাম্ৰেশ্বৰীৰ মন্দিৰত

দুৰ্গোৎসৱ পূজাৰ আয়োজন হবলৈ ধৰিলে। হাঁহ, পাৰ, ছাগলী,

১১ নং শাৰী: ১১ নং শাৰী:
বা কোনজনক দেও পৰীক্ষাই তামাৰ মাইৰ আগত বলিত পেলায়!

{{gap}}সেই দিনাখন ভাদ মাহৰ ৫মী নে ৬ষ্ঠী তিথি — দেওবাৰ।

লাংফাই দেউৰী, বামাচাৰী তান্ত্ৰিক, আৰু ৩/৪ জন দেউৰী আহি

ষাঁড়ৰ খেলৰ চুতীয়া গাওঁখনত সোমাল; আৰু বয়সীয়াল চুতীয়াসকলৰ

১৮ নং শাৰী: ১৮ নং শাৰী:
গোঁহাইদেৱৰ চৰাত উপস্থিত হলগৈ। আহোম আৰু চুতীয়া খেলৰ

মাতব্বৰ সকলোবিলাক ৰাইজেই আহিছিল। তালৈ কমলেশ্বৰ

গোঁহায়ো আহিছিল।
গোঁহায়ো আহিছিল।

{{gap}}যথা সময়ত শদিয়াখোৱা গোঁহাইদেৱলৈ বাতৰি পঠোৱা হল।

গোঁহাইদেৱে উপযুক্ত কাপোৰ-কানি পিন্ধি চৰাত আহি বহিল।

আৰু সকলোবিলাক মানুহেই নিজ নিজ উপযুক্ত আসনত বহা হলত

ষাঁড়ৰ খেলৰ তিনিজন বয়সীয়াল মানুহে আৰু লাংফাই দেউৰীকে

৩০ নং শাৰী: ৩০ নং শাৰী:
দেউৰীয়ে তেওঁৰ চোলাৰ মোনাৰপৰা ৯ খান সমান দীঘ পুতলৰ ভূজ

পত্ৰ উলিয়াই দিলে। বামাচাৰী তান্ত্ৰিকে সেই ৯ খান ভূজ পত্ৰৰ

প্ৰত্যেক খনতে একো একোজন ডেকাৰ নাম দেৱনাগৰিত লেখি দিলে।

সেই ৯ খান ভূজ পত্ৰ শদিয়াখোৱা গোঁহাইদেৱক ডেকাবিলাকৰ

নামবিলাক পঢ়ি চাবলৈ দিলে। শদিয়াখোৱা গোঁহাইদেৱে পঢ়ি চাই