২,৯৬৮
টা সম্পাদনা
([বট সম্পাদনা] নিকাৰকণ) |
|||
পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded): | পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded): | ||
৩ নং শাৰী: | ৩ নং শাৰী: | ||
important event. |
important event. |
||
− | সোঁ-মৰণেৰে মৰা—ক্ৰি, [ সম-মৰণেৰে মৰা ] বিষম |
+ | সোঁ-মৰণেৰে মৰা—ক্ৰি, [ সম-মৰণেৰে মৰা ] বিষম অৰ্থাৎ অপঘাত জনিত |
− | মৰণেৰে নমৰি সম |
+ | মৰণেৰে নমৰি সম অৰ্থাৎ স্বাভাবিক মৰণেৰে মৰা, to die a |
natural death. |
natural death. |
||
− | + | সোটমোচ ধোপোচ—বিং, কোনো অলাগতিয়াল বস্তু সোটমোচ কৰি ধোপোচ- |
|
কৰে পেলাই দিয়া হয়। এতেকে,—কোনো অকামিলা বস্তু বা মানুহ, |
কৰে পেলাই দিয়া হয়। এতেকে,—কোনো অকামিলা বস্তু বা মানুহ, |
||
a useless thing or person. |
a useless thing or person. |
||
− | + | সোণ হলে দঁতাল হাতী পোন হোৱা--ক্ৰি, সোণ অথাৎ ঐশ্বৰ্য্য হলে হাবিৰ |
|
− | দঁতালহাতীকো ধৰি আনি শিকাই পোন |
+ | দঁতালহাতীকো ধৰি আনি শিকাই পোন অৰ্থাৎ বশীভূত কৰিব পৰা |
− | যায়। এতেকে,—ঐশ্বৰ্য্য-বিভূতি হলে সৰ্ব্ব |
+ | যায়। এতেকে,—ঐশ্বৰ্য্য-বিভূতি হলে সৰ্ব্ব কাৰ্য্য সমাধা হোৱা, |
the making of everything easy by money. |
the making of everything easy by money. |
||
− | + | সোণতকৈ জেউতি চৰা—বিণ, সোণৰ জেউতি অতি বেচি। এই স্থলত, সেই |
|
− | জেউতিতকৈও চৰা |
+ | জেউতিতকৈও চৰা বোলা হৈছে। এতেকে,—অনুপম সুন্দৰ, |
exceedingly bright. |
exceedingly bright. |
||
সোণৰ-{{বঙালী ৰ}}ূপৰ কলচী—বিং, কলচী দ’ল আদিৰ ওপৰত জিলিকি থাকে। তাতে |
সোণৰ-{{বঙালী ৰ}}ূপৰ কলচী—বিং, কলচী দ’ল আদিৰ ওপৰত জিলিকি থাকে। তাতে |
||
− | যদি সি |
+ | যদি সি সোণৰ বা ৰূপৰ হয়, তেনেহলে তাৰ তিৰবিৰণি আ{{বঙালী ৰ}} বেচি |
− | হয়। এতেকে, |
+ | হয়। এতেকে,—সৰ্বশ্ৰেষ্ঠ পুৰুষ, an illustrious personage. |
− | + | সোণ-{{বঙালী ৰ}}ূপৰ মুখেৰে কোৱা—ক্ৰি, সোণ আৰু ৰূপ বিখ্যাত ধাতু। এতেকে,— |
|
− | বিখ্যাত মুখেৰে কোৱা |
+ | বিখ্যাত মুখেৰে কোৱা অৰ্থাৎ যাতে বাক্যৰ খণ্ডন হব নোৱাৰে এনে- |
− | ভাৱে বিখ্যাত মানুহে |
+ | ভাৱে বিখ্যাত মানুহে আপোন মুখেৰে কথা কোৱা, to speak |
out anything irrevocably or unalterably. |
out anything irrevocably or unalterably. |
||
− | + | সোণৰ ষোলেং—বিং, ষোলেং এবিধ টেঙ্গা। সোণেৰে ষোলেঙ্গৰ আকৃতিৰে |
|
বস্তু তৈয়াৰ কৰা হয়। এতেকে,— যেই সেই বহুমূলীয় বস্তু, a |
বস্তু তৈয়াৰ কৰা হয়। এতেকে,— যেই সেই বহুমূলীয় বস্তু, a |
||
valuable thing. |
valuable thing. |
||
− | সোণে- |
+ | সোণে-পোৱালে গঁথাঁ—ক্ৰি. সোণে-পোৱালে গাঁথি সুন্দৰ গলমণি তৈয়াৰ কৰা হয়। |
− | অকল |
+ | অকল সোণেৰে নাইবা অকল পোৱালেৰে ভাল গলমণি কৰিব |
− | নোৱাৰি। ভাল আৰু বেয়া দুইৰো মিহলি হলে হে কামিলা বস্তু হয়। |
+ | নোৱাৰি। ভাল আৰু বেয়া দুইৰো মিহলি হলে হে কামিলা বস্তু হয়। |
− | এতেকে,—ভাল আৰু বেয়া মিহলাই |
+ | এতেকে,—ভাল আৰু বেয়া মিহলাই কোনো লাগতিয়াল কাৰ্য কৰা, |
to make anything useful and permanent by blending |
to make anything useful and permanent by blending |
||
the good and the evil harmoniously. |
the good and the evil harmoniously. |
টা সম্পাদনা