পৃষ্ঠা:A Dictionary Of Phrases From Assamese To Assamese And English.djvu/২২১: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

[বট সম্পাদনা] নিকাৰকণ
 
পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded):পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded):
৪ নং শাৰী: ৪ নং শাৰী:
the society.
the society.


'''ভগা সবাহত ৰাগ দিয়া'''—ক্রি, সবাহ ভগাৰ পিচত ৰাগ দিয়া অর্থাৎ সুৰ ধৰি
'''ভগা সবাহত ৰাগ দিয়া'''—ক্ৰি, সবাহ ভগাৰ পিচত ৰাগ দিয়া অৰ্থাৎ সুৰ ধৰি
কীৰ্ত্তন কৰা নিস্প্রয়ােজন। এতেকে,—সময় অতীত হৈ যােৱাৰ
কীৰ্ত্তন কৰা নিস্প্ৰয়োজন। এতেকে,—সময় অতীত হৈ যোৱাৰ
পিচত কোনো কাৰ্য্য কৰিবলৈ ধৰা, আলম-বিলমকৈ কাৰ্য্য কৰা,
পিচত কোনো কাৰ্য্য কৰিবলৈ ধৰা, আলম-বিলমকৈ কাৰ্য্য কৰা,
to do a thing at the eleventh hour.
to do a thing at the eleventh hour.


'''ভতৰা'''—বিং, নবন্ধোৱা গৰুক ভতৰা বােলা যায়। বলী আৰু দুষ্ট মানুহক
'''ভতৰা'''—বিং, নবন্ধোৱা গৰুক ভতৰা বোলা যায়। বলী আৰু দুষ্ট মানুহক
ভতৰা গৰুৰে তুলনা কৰা হৈছে। এতেকে,—বলী আৰু দুষ্ট
ভতৰা গৰুৰে তুলনা কৰা হৈছে। এতেকে,—বলী আৰু দুষ্ট
মানুহ, a naughty young fellow.
মানুহ, a naughty young fellow.
১৭ নং শাৰী: ১৭ নং শাৰী:


'''ভদীয়া লৰা'''—বিং, ধানখেতি আহাৰ আৰু শাওণ মাহত কৰা হয়। ভাদত
'''ভদীয়া লৰা'''—বিং, ধানখেতি আহাৰ আৰু শাওণ মাহত কৰা হয়। ভাদত
কৰা খেতি ভাল নহয়। এতেকে,—বুঢ়া-কালত ওপজা লৰা, দুর্ব্বল
কৰা খেতি ভাল নহয়। এতেকে,—বুঢ়া-কালত ওপজা লৰা, দুৰ্ব্বল
মগজুৰ নুমলীয়া লৰা, a child born to a father in his old
মগজুৰ নুমলীয়া লৰা, a child born to a father in his old
age, the youngest child who is found to possess
age, the youngest child who is found to possess
a weak intellect.
a weak intellect.


'''ভমকৰ তালি''' —বিং , (ভমক=খঙ্গৰ ভমক। তালি=তাল বজোৱা শব্দ।)
'''ভমকৰ তালি''' —বিং , (ভমক=খঙ্গৰ ভমক। তালি=তাল বজোৱা শব্দ। )
খঙ্গৰ প্রকোপ, a sudden outburst of anger.
খঙ্গৰ প্ৰকোপ, a sudden outburst of anger.


'''ভয়ত অত্রাহি—'''বিণ, [ ভয়ত অৱত্ৰাহি ] ভয় পালে ‘হে ঈশ্বৰ পৰিত্ৰাণ কৰাঁ’ এই
'''ভয়ত অত্ৰাহি—'''বিণ, [ ভয়ত অৱত্ৰাহি ] ভয় পালে ‘হে ঈশ্বৰ পৰিত্ৰাণ কৰাঁ’ এই
বুলি প্রার্থনা জনােৱা হয়। এতেকে,--ভয়ত বিহ্বল, terror-strick-
বুলি প্ৰাৰ্থনা জনোৱা হয়। এতেকে,--ভয়ত বিহ্বল, terror-strick-
en, appalled.
en, appalled.


'''ভয়ত বনৰ বাঘ কঁপা'''—ক্রি, ইমান ভয় কৰে বােলা হৈছে, যে মানুহ যে কঁপেই,
'''ভয়ত বনৰ বাঘ কঁপা'''—ক্ৰি, ইমান ভয় কৰে বোলা হৈছে, যে মানুহ যে কঁপেই,
বনৰ বাঘ পৰ্য্যন্ত কঁপে। বাঘৰ ভয়ত মানুহ কঁপে। এই স্থলত
বনৰ বাঘ পৰ্য্যন্ত কঁপে। বাঘৰ ভয়ত মানুহ কঁপে। এই স্থলত
সেই ভাব ওলােটাই, মানুহৰ ভয়ত বাঘ কঁপে বােলা হৈছে।
সেই ভাব ওলোটাই, মানুহৰ ভয়ত বাঘ কঁপে বোলা হৈছে।
এতেকে,—অতিৰিক্ত ভয় পােৱা, to be terribly afraid of.
এতেকে,—অতিৰিক্ত ভয় পোৱা, to be terribly afraid of.


'''ভয়ত ভগৱন্ত পলােৱা—'''ক্রি, শ্ৰীকৃষ্ণে লৰাকালত যশােদাক কেতিয়াবা আমনি
'''ভয়ত ভগৱন্ত পলোৱা—'''ক্ৰি, শ্ৰীকৃষ্ণে লৰাকালত যশোদাক কেতিয়াবা আমনি
কৰিছিল। যশােই কোবাব খুজিলে শ্রীকৃষ্ণে ভয়ত পলাই ফুৰে।
কৰিছিল। যশোই কোবাব খুজিলে শ্ৰীকৃষ্ণে ভয়ত পলাই ফুৰে।
পৰিণত বয়সতো শ্রীকৃষ্ণে জৰাসন্ধৰ ভয়ত বহুবাৰ পলাই গৈছিল।
পৰিণত বয়সতো শ্ৰীকৃষ্ণে জৰাসন্ধৰ ভয়ত বহুবাৰ পলাই গৈছিল।
হিন্দুমতে কৃষ্ণ স্বয়ং ভগৱন্ত আহিল। এতেকে,—ডাঙ্গৰ হলেও
হিন্দুমতে কৃষ্ণ স্বয়ং ভগৱন্ত আহিল। এতেকে,—ডাঙ্গৰ হলেও