পৃষ্ঠা:A Dictionary Of Phrases From Assamese To Assamese And English.djvu/২২১

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


ভা ২১১ an offence and be taken back into society instead of refusing to recoive pa islment and enouncing the society. ভগা সবাহত ৰাগ দিয়'—ক্রি, সবাই তাৰ পিচত বাগ দিয়া অর্থাৎ সুৰ ধৰি কীৰ্তন কৰা নিপ্রয়ােজন। এতেকে-সময় অতীত হৈ যােৱাৰ পিচত কোনো কাৰ্থ কৰিবলৈ ধৰা, আল-বিলমকৈ কাৰ্য্য কৰা, to do a thing at the eleventh hour. তৰা—বিং, নবন্ধোৱা গৰুক ভতৰা বােলা যায়। বলী আৰু দুই মানুহৰ ভতৰ। গৰুৰে তুলনা কৰা হৈছে। এতেকেশী আৰু হট মানুহ, a aughty young fellow, ভতৰৰ যুঁজ-বিং, দুটা ভতৰা গৰুৰ যুঁজ ডাঙ্গৰ হয়। বলী মানুহক ভাবে তুলনা কৰা হৈছে। এতেকে,-ডাঙ্গৰ যুঁজ, an obstinate duel. দীয়া লৰা—বিং, ধানখেতি আহৰ আৰু শাওণ মাহত কৰা হয়। ভাদত কৰা খেতি ভাল নহয়। এতেকে,-বুঢ়া-কালত ওপজা লৰা, দুর্বল মগজুৰ মুমলীয়া লৰা, a child born to a father in his old age, the youngest child who is found to possess a weak intellect ভমৰ লিবিং , (ভমক=গৰ ভমক। তালি=তাল বজোৱা ।) থৰ প্রকোপ, a sudden outburst of anger. ভয়ত অত্রাহি—ৰিণ, [ ভয়ত অৱত্ৰাহি ] ভয় পালে ‘হে ঈশ্বৰ পৰিত্ৰাণ ক' এই বুলি প্রার্থনা জনােৱা হয়। এতেকে,--ভয়ত বিল, terror-strick- en, appulled. ভয়ত বনৰ বাঘ কঁপা—ক্রি, ইমান ভয় কৰে বােল হৈছে, যে মানুষ যে কঁপেই, বনৰ বাঘ পৰ্য্যন্ত কঁপে। বাৰ ভয়ত মানুহ কঁপে। এই মূলত সেই ভাব ওলােটাই, মানুহৰ ভয়ত বাষ কঁপে বােলা হৈছে। এতেকে-অতিৰিক্ত ভয় পােৰ, to be terribly afraid of.. ভয়ত ভগৰ পলােৱা-ক্রি, শ্ৰীককে লৰাকালত যশােদাক কেতিয়াবা পানি কৰিছিল। যশােই কোবাব খুজিলে শ্রীকৃষ্ণে ভয়ত পলাই ফুৰে। পৰিণত বয়সতে শ্রীকৃষ্ণে ৰাসৰ ভয়ত বহুবাৰ পলাই গৈছিল। বিন্দুমতে উষ্ণ স্বয়ং ভগৱন্ত আহিল। এজেকে লেও