পৃষ্ঠা:অসমীয়া ল'ৰাৰ প্ৰাকৃত-ভূগোল.djvu/৮৯: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

[বট সম্পাদনা] নিকাৰকণ
 
শিৰোনামা (noinclude):শিৰোনামা (noinclude):
১ নং শাৰী: ১ নং শাৰী:
{{rh||পানীৰ {{বঙালী ৰূ}}প ভেদ।|৭৯}}
{{rh||পানীৰ {{বঙালী ৰূ}}প ভেদ। |৭৯}}
পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded):পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded):
৮ নং শাৰী: ৮ নং শাৰী:
কালিৰ চিৰ-নিহাৰ-বাহু বৰ্ত্তমান কালৰ বিলাকত কৈ বহুত তললৈকে

নামি আহিব আ{{বঙালী ৰু}} দীঘল হব যে তাৰ একো সন্দেহ নাই। যথাৰ্থতে

এনে লৰ এসময়ত আছিল।
এনে লৰ এসময়ত আছিল।

{{gap}}বিজ্ঞান-বিৎ স্যৰ স্যি লায়েল চাহাবে জ্যোতিষৰ গণনা কৰি

১৬ নং শাৰী: ১৬ নং শাৰী:
নাই ততো আছিল। এই দৰেই, জনা গল যে আগৰ দিনৰ পৰা

পানীৰ সকলো {{বঙালী ৰূ}}পৰ ভিতৰত তুষাৰ আ{{বঙালী ৰু}} বৰফ {{বঙালী ৰূ}}পেই ভূমিৰ

বৰকৈ {{বঙালী ৰূ}}পান্তৰ কৰিছে।
বৰকৈ {{বঙালী ৰূ}}পান্তৰ কৰিছে।

{{gap}}পৰ্ব্বতৰ গড়া যদি বৰকৈ হেলনীয়া হয় তেন্তে দিনে দিনে

২২ নং শাৰী: ২২ নং শাৰী:
আহিবলৈ অপেক্ষা নকৰি যথেষ্ট {{বঙালী ৰূ}}পে ডাঙ্গৰ আ{{বঙালী ৰু}} গধুৰ হলেই

পৰ্ব্বতৰ গড়াৰ ওপৰে অতি ভয়ঙ্কৰ শব্দ কৰি বাটত গছ আদি যি

থাকে সকলোৰে প্ৰলয় মিলাই, ভয়ানক বেগেৰে বাগৰি আহে।

বাগৰি অহা বৰফৰ দম বিলাকক হিম-শিলা কয়। এই কাৰণে

পৰ্ব্বতীয়া ঠেক বাটে বা উপত্যকায় দি যোৱা বৰ ভয় জনক। এনে