পৃষ্ঠা:খটাসুৰ বধ ‍আৰু জঙ্ঘাসুৰ বধ.pdf/১১: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
 
শিৰোনামা (noinclude):শিৰোনামা (noinclude):
১ নং শাৰী: ১ নং শাৰী:
{{rh||৫|}}
পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded):পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded):
১ নং শাৰী: ১ নং শাৰী:
ওপৰত আসুৰিক অত্যাচাৰ আৰম্ভ হয় : কিন্তু ভক্তৰ সহায় ভগৱান্‌—
ওপৰত আসুৰিক অত্যাচাৰ আৰম্ভ হয়: কিন্তু ভক্তৰ সহায় ভগৱান্‌—


{{Block center|<poem>“হৰি ৰক্ষা কৰি ফুৰে সৰ্ব্ব বিপদত।
{{Block center|<poem>“হৰি ৰক্ষা কৰি ফুৰে সৰ্ব্ব বিপদত।
৬ নং শাৰী: ৬ নং শাৰী:
{{gap}}সঙ্কটৰ সময়ত ভগৱানে উপস্থিত হৈ ছলে-বলে-কৌশলেৰে শত্ৰুৰ
{{gap}}সঙ্কটৰ সময়ত ভগৱানে উপস্থিত হৈ ছলে-বলে-কৌশলেৰে শত্ৰুৰ
দৰ্প চূৰ্ণ কৰিবলৈ সক্ষম হৈছে। দৈৱ শক্তিৰ সহায় নহলে, আত্ম-
দৰ্প চূৰ্ণ কৰিবলৈ সক্ষম হৈছে। দৈৱ শক্তিৰ সহায় নহলে, আত্ম-
শক্তিৰ ওপৰত ‘সংসাৰ গহন বন’ত চলা সহজ নহয়। ‘হৰিত বিশ্বাস
শক্তিৰ ওপৰত ‘সংসাৰ গহন বন’ত চলা সহজ নহয়। ‘হৰিত বিশ্বাস’
থাকিলে অলক্ষ্যে থাকিও ভগৱানে সদা সৰ্ব্বদাই ভক্তক পালন কৰে।
থাকিলে অলক্ষ্যে থাকিও ভগৱানে সদা সৰ্ব্বদাই ভক্তক পালন কৰে।
কিন্তু বধ-কাব্যসমূহত ভক্তৰ ভক্তিৰ মহিমা প্ৰকাশ পালেও দৈব-
কিন্তু বধ-কাব্যসমূহত ভক্তৰ ভক্তিৰ মহিমা প্ৰকাশ পালেও দৈব-
দুৰ্ব্বিপাকত অথবা অদৃষ্টৰ হেতু অপৰাজেয় অসুৰৰ পতনত সহানুভূতিৰ
দুৰ্ব্বিপাকত অথবা অদৃষ্টৰ হেতু অপৰাজেয় অসুৰৰ পতনত সহানুভূতিৰ
উদ্ৰেক নোহোৱাকৈ নেথাকে—যদিও অপাত্ৰত কৰুণা নিদৰ্শন সাংস্কৃত
উদ্ৰেক নোহোৱাকৈ নেথাকে— যদিও অপাত্ৰত কৰুণা নিদৰ্শন সাংস্কৃত
আলঙ্কাৰিকসকলৰ মতে নিষেধ।
আলঙ্কাৰিকসকলৰ মতে নিষেধ।


২৩ নং শাৰী: ২৩ নং শাৰী:
তুলিছে। “কুৰ্ম্মৱলী কাব্য”ৰ কুৰ্ম্মৱলী ৰজাৰ বিধৱা ৰাণী সত্যৱতীৰ শোকৰ
তুলিছে। “কুৰ্ম্মৱলী কাব্য”ৰ কুৰ্ম্মৱলী ৰজাৰ বিধৱা ৰাণী সত্যৱতীৰ শোকৰ
বৰ্ণনা ৰাজোচিত আৰু সংযত হোৱা নাই; তাৰ মাজত স্বামী হেৰুৱা
বৰ্ণনা ৰাজোচিত আৰু সংযত হোৱা নাই; তাৰ মাজত স্বামী হেৰুৱা
আশ্ৰয়হীনা দৰিদ্ৰ বিধৱাৰ বিলাপ-বিননি হে মূৰ্ত্ত হৈ উঠিছে। যথা-
আশ্ৰয়হীনা দৰিদ্ৰ বিধৱাৰ বিলাপ-বিননি হে মূৰ্ত্ত হৈ উঠিছে। যথা—


{{Block center|<poem>“সত্যৱতী নামে {{gap|4em}}পৰমা সুন্দৰী
{{Block center|<poem>
“সত্যৱতী নামে {{gap|4em}}পৰমা সুন্দৰী
{{gap|4em}}নৃপতিৰ পাটেশ্বৰী।</poem>}}<br/>
{{gap|4em}}নৃপতিৰ পাটেশ্বৰী।</poem>}}
{{gap}}Kh—2
পাদটীকা (noinclude):পাদটীকা (noinclude):
১ নং শাৰী: ১ নং শাৰী:
{{gap}}Kh—2