পৃষ্ঠা:খটাসুৰ বধ ‍আৰু জঙ্ঘাসুৰ বধ.pdf/৭: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
 
পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded):পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded):
৫ নং শাৰী: ৫ নং শাৰী:
অগ্ৰগণী। নৰনাৰায়ণ নৃপতিৰ নিৰ্দ্দেশত ৰাম সৰস্বতীয়ে বিশাল
অগ্ৰগণী। নৰনাৰায়ণ নৃপতিৰ নিৰ্দ্দেশত ৰাম সৰস্বতীয়ে বিশাল
মহাভাৰত কাব্য অসমীয়াত অনূদিত কৰিবলৈ লৈছিল।
মহাভাৰত কাব্য অসমীয়াত অনূদিত কৰিবলৈ লৈছিল।
‘কুলাচল বধ’ কাব্যত তেওঁ এই সম্পৰ্কে লিখিছে—<br/>
‘কুলাচল বধ’ কাব্যত তেওঁ এই সম্পৰ্কে লিখিছে—

{{Block center|<poem>“••• নৰনাৰায়ণ নৃপতিত শ্ৰেষ্ঠতৰ।
{{Block center|<poem>
“••• নৰনাৰায়ণ নৃপতিত শ্ৰেষ্ঠতৰ।
আমাক আনিয়া, আজ্ঞা কৰিলন্ত, পদ কৰা ভাৰতৰ॥
আমাক আনিয়া, আজ্ঞা কৰিলন্ত, পদ কৰা ভাৰতৰ॥
তাহাৰ আজ্ঞাত, আমি বিৰচিলোঁ, চৌবিশ হাজাৰ পদ।
তাহাৰ আজ্ঞাত, আমি বিৰচিলোঁ, চৌবিশ হাজাৰ পদ।
১৩ নং শাৰী: ১৫ নং শাৰী:
{{gap}}নৰনাৰায়ণ ৰজাই কেৱল আজ্ঞা দিয়েই সন্তুষ্ট নাছিল, তেওঁ কবি
{{gap}}নৰনাৰায়ণ ৰজাই কেৱল আজ্ঞা দিয়েই সন্তুষ্ট নাছিল, তেওঁ কবি
সৰস্বতীক মূল সংস্কৃত পুথিসমূহো যতনাই দি কাব্য ৰচনাত
সৰস্বতীক মূল সংস্কৃত পুথিসমূহো যতনাই দি কাব্য ৰচনাত
নানা ভাবে সহায় কৰিছিল—<br/>
নানা ভাবে সহায় কৰিছিল—

{{Block center|<poem>“আমাৰ ঘৰত আছে ভাৰত প্ৰশস্ত।
{{Block center|<poem>
“আমাৰ ঘৰত আছে ভাৰত প্ৰশস্ত।
নিয়োক আপোন গৃহে দিলোঁহে সমস্ত॥”
নিয়োক আপোন গৃহে দিলোঁহে সমস্ত॥”
এহি বুলি ৰাজা পাছে বলধি যোৰাই।
এহি বুলি ৰাজা পাছে বলধি যোৰাই।
পাঠাইল পুস্তক সব আমাসৰ ঠাই॥
পাঠাইল পুস্তক সব আমাসৰ ঠাই॥
ধন ৰত্ন অলঙ্কাৰ দিয়া বহুতৰ।
ধন ৰত্ন অলঙ্কাৰ দিয়া বহুতৰ।
দাস-দাসী দিয়া মান কৰিল বিস্তৰ॥</poem>}}<br/>
দাস-দাসী দিয়া মান কৰিল বিস্তৰ॥</poem>}}

{{gap}}ৰাম সৰস্বতীয়ে কিমান বিৰাট কাম হাতত লৈছিল সেই কথৰ
{{gap}}ৰাম সৰস্বতীয়ে কিমান বিৰাট কাম হাতত লৈছিল সেই কথৰ
বনপৰ্ব্বত উল্লেখ কৰা বচন কেইফাঁকিয়েই প্ৰমাণ
বনপৰ্ব্বত উল্লেখ কৰা বচন কেইফাঁকিয়েই প্ৰমাণ
কৰে। তেওঁ লেখিছে—<br/>
কৰে। তেওঁ লেখিছে—

{{Block center|<poem>“বনপৰ্ব্ব কথা, পৰম গহন, পুৰাণ সংহিতা সাৰ।
{{Block center|<poem>
“বনপৰ্ব্ব কথা, পৰম গহন, পুৰাণ সংহিতা সাৰ।
পঁচিশ হাজাৰ, টীকা জানা আৰ, শ্লোক চাব্বিশ হাজাৰ॥
পঁচিশ হাজাৰ, টীকা জানা আৰ, শ্লোক চাব্বিশ হাজাৰ॥
</poem>}}
</poem>}}