পৃষ্ঠা:নীতি-শিক্ষা.pdf/৮৬: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য
Scatter2021 (আলোচনা | বৰঙণি) টেগ্: বৈধকৰণ হৈছে |
Scatter2021 (আলোচনা | বৰঙণি) No edit summary টেগ্: উলটিওৱা হৈছে |
||
পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded): | পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded): | ||
২ নং শাৰী: | ২ নং শাৰী: | ||
{{Block center|<poem>যি কৰে পৰত, |
{{Block center|<poem>যি কৰে পৰত, |
||
তাৰ মিলে ঘৰত। |
তাৰ মিলে ঘৰত। |
||
<center> |
<center>✷</center> |
||
ধানটোপতি কণটো, |
ধানটোপতি কণটো, |
||
মানুহটোপতি মনটো। |
মানুহটোপতি মনটো। |
||
<center> |
<center>✷</center> |
||
আলচিলে নহয় সিদ্ধি, |
আলচিলে নহয় সিদ্ধি, |
||
বাটত আছে কণা-বিধি! |
বাটত আছে কণা-বিধি! |
||
<center> |
<center>✷</center> |
||
গাত নাই ছাল-বাকলি, |
গাত নাই ছাল-বাকলি, |
||
পানী দিয়ে তিনি টেকেলি! |
পানী দিয়ে তিনি টেকেলি! |
||
<center> |
<center>✷</center> |
||
এনেই মৰা ঋষিৰ শাপত, |
এনেই মৰা ঋষিৰ শাপত, |
||
তাতে দিয়া ধানৰ ভাপত! |
তাতে দিয়া ধানৰ ভাপত! |
||
<center> |
<center>✷</center> |
||
দিনৰ পৰ্ব্বত, ৰাতিৰ জুই, |
দিনৰ পৰ্ব্বত, ৰাতিৰ জুই, |
||
তাক নেখেদি থাকিবাঁ শুই।</poem>}} |
তাক নেখেদি থাকিবাঁ শুই।</poem>}} |