পৃষ্ঠা:সাৰথি (Sarothi).pdf/৬৮: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

বাজত বৰ চুৰীয়াৰ ফেৰ ভিতৰত ঢকুৱাৰ বেৰ
টেগ্‌: উলটিওৱা হৈছে ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা
পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded):পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded):
১ নং শাৰী: ১ নং শাৰী:
দিয়ে। নীতিবচন আছে যে কৃপণক উপাসা কৰাৰ নিচিনা আৰু দুখ নাই যি কৃপণৰ ভাতলৈ আশা কৰে, তাৰ জীৱন কুকুৰ জীৱন।
'''''হেলনীয়া পাঠ্য'''''দিয়ে। নীতিবচন আছে যে কৃপণক উপাসা কৰাৰ নিচিনা আৰু দুখ নাই যি কৃপণৰ ভাতলৈ আশা কৰে, তাৰ জীৱন কুকুৰ জীৱন।

{{gap}}কৃপণৰ বিবেচনাত ধনৰ মূল্য সৰহ, কামৰ মূল্য অলপ, গতিকে সি সৰহ কামত অলপ ধন যাচে বা মুঠে নিদিবলৈ ফাঁকটি কৰে। আন মানুহে ধন খৰচ কৰিলেও কৃপণে সহিব নোৱাৰে। কোনো মানুহে ডাঙ্গৰ সকাম পাতি সৰহকৈ ধন ভাঙ্গিবলৈ ওলালে, সি তাত বিধি পথালি কৰে আৰু অনেক আসোঁৱাহ দেখুৱায়। এইবিলাক উপায়েৰে কামত বাধা দিব নোৱাৰিলে, এটা মিছা কথা উলিয়াই তাৰ কুচ্ছা ৰটনা কৰে। এই শ্ৰেণী কৃপণৰ সজ অসজ দুয়ো বিধ বৃত্তিৰ বল কমি যায়, কিয়নো অলপ অচৰপ ধন খৰচ নকৰিলে সজ অসজ কোনো বৃত্তিকে চৰিতাৰ্থ কৰিব নোৱাৰি। দয়া বৃত্তি ফলাব লাগিলেও অলপ ধন লাগে, আৰু অহঙ্কাৰ বা লোভ ফলাব লাগিলেও অলপ ধন লাগে।