পৃষ্ঠা:হাঁহি-ধেমালি.pdf/২৮

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

হাঁহি-ধেমালি। মকৰা — বাৰু সেইটো সেয়েই। গাছে নগৰলৈ গৈ বান্ধই বোলে সেইদিনা কৰবাত কিবা অসমান পালে? কিবা অপৰাধত পুলিছৰ হাততো পৰিছিল গৈ হেনো? আমাৰ গাৱঁৰ বাপুদেও সকলে কোৱা-মেলা কৰিছে পৰাচিত নহলে তোমাক বোলে সমাজভুক্ত নকবে? কথাবোৰ সঁচা জানো? বৰডেক। – (স্বগতঃ) সৰ্ব্বনাশ : কথাবোৰ সকলোৱে গম পালেই হবঙ্গা। (ফুটাই) নহয় নহয় বান্ধ মই পুলিছৰ হাতত কেতিয়াও নাৰ খোৱা নাই। 22

Home & - দিব্য দত্ত (বাৰ্তা) AMP মকৰা -- (উাহি ) (স্বগতঃ ) Tছ। কাব ঠেং ছুটি— কথাষাৰ আথৰে আখৰে সঁচা। নিজে নিঙ্গে ধৰা পৰে কেনেকৈ চোৱা। ( ফুটাই ) মইজ্ঞানো তোমাক এতিয়৷ মাৰ খোৱা বুলি কৈছো! মই বেচ বুজিছো বাঘ, তুমি মাৰ খোৱা নাই পচা। কিন্তু ৰাজ আলিবাটৰ দাঁতিতে কিবা বেয়া কাম কৰিছিল। বোলে? হাতে বদমাছ পুলিছে ধৰি বান্ধক বহুতো জুলুম কৰিলে গেলে? বৰডেকা- নগৰৰ বাটৰ কাষত শৌচ কৰিব নাপায়তো। মইনো সেইটো কথাও নাজানো নে! সেইদিনা আছিল জোনাক নিশা। পুছি এটাৰে সৈতে মোৰ মোলাকাত হৈছিল হয়। সেয়ে নহলে এলেবণ বিবাহ-বিভ্ৰাট হুবলৈকে নাপায় নহয়। পুলিছটো আছিল মদপী 1 মদৰ নিছাত বদমাছে মোক ধৰি ভালেখিনি পৰ আমনি কৰিলে সঁচা। পাচে ময়ে। জানো হুদাই এৰ৷ ভৰত। তাক মাৰুৰ বিয়া