মূল মেনু খোলক

ৱিকিউৎস β

নৱ জগতৰ ময়েই জ্যোতিকা (ভাৰতবৰ্ষিকা)

নৱ জগতৰ ময়েই জ্যোতিকা (ভাৰতবৰ্ষিকা)
লেখক জ্যোতিপ্ৰসাদ আগৰৱালা
Wikimedia-logo.svg আৰু চাওক প্ৰবন্ধ.

নৱ জগতৰ

ময়েই জ্যোতিকা

ময়ে পৃথিৱীৰ আলোকবৃত্তিকা

নতুন সত্য প্ৰচাৰিত কৰি

              গায়ত্ৰী বেদ-মাতৃকা

প্ৰথম প্ৰভাত

               মোৰ শুভ্ৰ কপালতে

                         জ্ঞানৰ অৰণ উদয় ৷