দেখ জগত গুৰু কানু আৱত
।। ৰাগঃ বেলোৱাৰ।। তালঃ ৰূপক।।
ধ্ৰুং।। দেখ জগত গুৰু কানু আৱত।
সঙ্গে সুন্দৰী ৰাধে ৰঙ্গে মিলাৱত।।
পদ।। ৰতন ভূষণ চাৰু অঙ্গে সুহাৱত।
বিবিধ আনন্দ ৰসে ভুৱন ভুলাৱত।।
লহু লহু সুমধুৰ বংশী বজাৱত।
মাধৱ ধুৰুহ মতি এহু ৰস গাৱত।।