কৈছে গোৱিন্দ সেৱহু তোই
।। ৰাগঃ আশোৱাৰী।। তালঃ পৰি।।
ধ্ৰুং।। কৈছে গোৱিন্দ সেৱহু তোই।
চঞ্চল মন মেৰি থিৰ নাহোই।।
পদ।। যেচে পঙ্কজ দলগত নীৰ।
বিষয় লুবুধ মন তৈচে অথিৰ।।
ছোড়ি পামৰু মতি ৰতি তুৱা পায়া।
ৰূপ-ৰস-পৰশ-শৰদ-গন্ধে ধায়া।।
কহয় মাধৱ হৰি কৰু মেৰি দায়া।
চৰণে শৰণ লেহু ছোড়হ মায়া।।