কানুৰায় নাচতু ৰঙ্গে সঙ্গে
।। ৰাগঃ নাট-মল্লাৰ।। একতাল।।
ধ্ৰুং।। কানুৰায় নাচতু ৰঙ্গে সঙ্গে ব্ৰজ ছৱালৰে।
গগণে গন্ধৰ্ব্বগণে গাৱত বাৱত তালৰে।।
পদ।। ঝণকে কিঙ্কিণী বাজে সাজে নট-বিলাসেৰে।
ঠমকে ঠমকে ঢলে অমিয়া মাধুৰী হাসেৰে।।
চৰণে মঞ্জীৰ ঝুৰে উৰে হাৰ দোলনাৰে।
চন্দনে লেপিত ভুজ দোলত ভ্ৰুৱ চালনাৰে।।
ৰতন ভূষণ চাৰু শ্যামল অঙ্গ শোহাৱেৰে।
কহয় মাধৱ গতি নন্দ-নন্দন পাৱেৰে।।